প্ৰধানমন্ত্ৰী মোদীক সমৰ্থন অভিনেতা আমিৰ খানৰ, ক’লে– ‘মই আছো আপোনাৰ লগত ’!

‘Single Use Plastic’ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে অভিনেতা আমিৰ খানে

News18-Assam
Updated:August 26, 2019, 5:58 PM IST
প্ৰধানমন্ত্ৰী মোদীক সমৰ্থন অভিনেতা আমিৰ খানৰ, ক’লে– ‘মই আছো আপোনাৰ লগত ’!
source-Google
News18-Assam
Updated: August 26, 2019, 5:58 PM IST
সমগ্ৰ বিশ্বতে ক্ৰমাৎ বৃদ্ধি পাইছে প্লাষ্টিকৰ ব্যৱহাৰ। প্লাষ্টিক ব্যৱহাৰৰ ফলত এতিয়া ভয়ংকৰ প্ৰদূৰ্ষণৰ কবলত পৰিছে সমগ্ৰ বিশ্ব। ব্যতিক্ৰম নহয় ভাৰতবৰ্ষও। ভাৰতবৰ্ষতো বৃদ্ধি পাইছে প্লাষ্টিকৰ ব্যৱহাৰ। এনেদৰে ক্ৰমাৎ বৃদ্ধি পোৱা প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে এইবাৰ এক সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এতিয়া সমগ্ৰ বিশ্বকে প্লাষ্টিক বৰ্জন কৰিবলৈ আহ্বান জনাইছে। মোদীৰ এই কেম্পেইনৰ প্ৰতি এতিয়া সমৰ্থন আগবঢ়াইছে, বলীউডৰ অভিনেতা আমিৰ খানে। আমিৰ খানে নিজৰ ইঞ্চটাগ্ৰাম একাউণ্টত এই কথা উল্লেখ কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি