কিমান ভয়ংকৰ হ’ব পাৰে অজগৰ! চকুৰ নিমিষতকৈও কম সময়ত কৰিব পাৰে চিকাৰ, চাওক VIDEO

News18-Assam
Updated:November 26, 2019, 5:33 PM IST
কিমান ভয়ংকৰ হ’ব পাৰে অজগৰ! চকুৰ নিমিষতকৈও কম সময়ত কৰিব পাৰে চিকাৰ, চাওক VIDEO
Photo : quora.com

এডাল অজগৰে ৫০ মিলি ছেকেণ্ডত বন্দী কৰিব পাৰে এটা চিকাৰ। সাধাৰণতে মানুহে চকুৰ নিমিষ মাৰিবলৈ সময় লাগে ২০০ মিলি ছেকেণ্ড।

  • Share this:
কিমান ভয়ংকৰ হ’ব পাৰে আপুনি মই সাধাৰণতে এলেহুৱা বুলি ভাবি থকা অজগৰ? এই ভিডিঅ’ চালেই আপুনি পাব সেই উত্তৰ। মহাৰাষ্ট্ৰৰ চেন্ট্রেল চন্দা ডিভিজনৰ এক ই–ছাৰভেলিয়েঞ্চ ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। এডাল অজগৰে ৫০ মিলি ছেকেণ্ডত বন্দী কৰিব পাৰে এটা চিকাৰ। সাধাৰণতে মানুহে চকুৰ নিমিষ মাৰিবলৈ সময় লাগে ২০০ মিলি ছেকেণ্ড। গতিকে ভাৱক, এডাল এজগৰে কিমান কম সময়ৰ ভিতৰত চিকাৰ ধৰিব পাৰে! তাকো নিখুটভাৱে। ধৰাৰ পিছত সহজে সাৰি যাব নোৱাৰে অজগৰৰ চিকাৰ। চিকাৰক নিমিষতে জপতিয়াই থকা অৱশ কৰি পেলায় অজগৰে।
চাওক ভিডিঅ’ :

আৰু চাওক
পৰৱৰ্তী বাতৰি