মুখ্যপৃষ্ঠা »খবৰ »দেশ »ভাৰতীয় নৌ–সেনাৰ MiG-29K যুঁজাৰু বিমান ধ্বংস, কথমপি প্ৰাণ ৰক্ষা দুই পাইলটৰ

ভাৰতীয় নৌ–সেনাৰ MiG-29K যুঁজাৰু বিমান ধ্বংস, কথমপি প্ৰাণ ৰক্ষা দুই পাইলটৰ

গোৱাত ধ্বংস হৈছে ভাৰতীয় নৌ–সেনাৰ MiG-29K যুঁজাৰু বিমান

গোৱাত ধ্বংস হৈছে ভাৰতীয় নৌ–সেনাৰ MiG-29K যুঁজাৰু বিমান

  • Share this:
    গোৱাত ধ্বংস হৈছে ভাৰতীয় নৌ–সেনাৰ MiG-29K যুঁজাৰু বিমান। কথমপি প্ৰাণ ৰক্ষা বিমানখনত থকা দুয়োগৰাকী পাইলট। জানিব পৰা মতে যুঁজাৰু বিমান খনক আকাশীপথত এটা চৰাইয়ে খুন্দা মৰে।ফলত বিমান খনৰ ইঞ্জিনত জুই লাগে।

    MIG-29k যুঁজাৰু বিমানখনত দুগৰাকী পাইলট ক্ৰমে কেপ্তেইন এম ছোকখণ্ড আৰু লেফ্টেনেণ্ট কামাণ্ডাৰ দীপক যাদৱে প্ৰশিক্ষণ লৈ আছিল। ঘটনাটো সংঘটিত হোৱাৰ পিছত বিমানখনত জুই লগা দেখিবলৈ পোৱা যায়।

    শেহতীয়া বাতৰি