ভাৰতীয় নৌ–সেনাৰ MiG-29K যুঁজাৰু বিমান ধ্বংস, কথমপি প্ৰাণ ৰক্ষা দুই পাইলটৰ

News18-Assam
Updated:November 16, 2019, 2:09 PM IST
ভাৰতীয় নৌ–সেনাৰ MiG-29K যুঁজাৰু বিমান ধ্বংস, কথমপি প্ৰাণ ৰক্ষা দুই পাইলটৰ
গোৱাত ধ্বংস হৈছে ভাৰতীয় নৌ–সেনাৰ MiG-29K যুঁজাৰু বিমান

গোৱাত ধ্বংস হৈছে ভাৰতীয় নৌ–সেনাৰ MiG-29K যুঁজাৰু বিমান

  • Share this:
গোৱাত ধ্বংস হৈছে ভাৰতীয় নৌ–সেনাৰ MiG-29K যুঁজাৰু বিমান। কথমপি প্ৰাণ ৰক্ষা বিমানখনত থকা দুয়োগৰাকী পাইলট। জানিব পৰা মতে যুঁজাৰু বিমান খনক আকাশীপথত এটা চৰাইয়ে খুন্দা মৰে।ফলত বিমান খনৰ ইঞ্জিনত জুই লাগে।

MIG-29k যুঁজাৰু বিমানখনত দুগৰাকী পাইলট ক্ৰমে কেপ্তেইন এম ছোকখণ্ড আৰু লেফ্টেনেণ্ট কামাণ্ডাৰ দীপক যাদৱে প্ৰশিক্ষণ লৈ আছিল। ঘটনাটো সংঘটিত হোৱাৰ পিছত বিমানখনত জুই লগা দেখিবলৈ পোৱা যায়।

আৰু চাওক পৰৱৰ্তী বাতৰি