আকৌ শ্বাহিনবাগত গুলীচালনা, আৰক্ষীৰ জালত উন্মত্ত যুৱক

News18 Assam | News18-Assam
Updated:February 1, 2020, 5:54 PM IST
আকৌ শ্বাহিনবাগত গুলীচালনা, আৰক্ষীৰ জালত উন্মত্ত যুৱক
অশান্ত শ্বাহিনবাগ!

অশান্ত শ্বাহিনবাগ!

  • Share this:
অশান্ত শ্বাহিনবাগ! নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি এজন নাবালকে গুলীচালনা কৰা ঘটনা সংঘটিত হোৱাৰ পিছত আকৌ এবাৰ শ্বাহিনবাগত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। এজন উন্মত্ত যুৱকে হাতত বন্দুক লৈ গুলীচালনা কৰে শ্বাহিনবাগত। যুৱকজনক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। কিন্তু সবিশেষ তথ্য এতিয়াও লাভ কৰিবলৈ সক্ষম হোৱা নাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি