মুখ্যপৃষ্ঠা »খবৰ »দেশ »চোৰাংচিকাৰীয়ে হত্যা কৰিলে মাতৃক, মাতৃৰ নিথৰ দেহৰ সন্মুখত সন্তানৰ চিৎকাৰ! চাওক ভিডিঅ’

চোৰাংচিকাৰীয়ে হত্যা কৰিলে মাতৃক, মাতৃৰ নিথৰ দেহৰ সন্মুখত সন্তানৰ চিৎকাৰ! চাওক ভিডিঅ’

হৃদয়বিদাৰক!মাতৃ–সন্তানৰ স্নেহৰ এক অনন্য নিদৰ্শন!

হৃদয়বিদাৰক!মাতৃ–সন্তানৰ স্নেহৰ এক অনন্য নিদৰ্শন!

  • Share this:
    মাতৃ–সন্তানৰ স্নেহৰ এক অনন্য নিদৰ্শন। চোৰাংচিকাৰীয়ে কাটি লৈ গ’ল গড়জনীৰ খড়্গ।   পিছত মৃত মাতৃৰ ওচৰত এটি গঁড় পোৱালীৰ  চিত্‍কাৰ, শুই থকা বুলি ভাবি মাতৃক জগাবলৈ আপ্ৰাণ চেষ্টা কৰিছে গড় পোৱালীটোৱে।

    এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে ভাৰতীয় বন বিভাগৰ পাৰবীন কিষান নামৰ এগৰাকী বিষয়াই। বিষয়াগৰাকীয়ে নিজৰ টুইটাৰত এই ভিডিঅ’ আপলোড কৰাৰ লগে লগে এতিয়া ভাইৰেল হৈ পৰিছে।

    শেহতীয়া বাতৰি