নিৰ্বাচনৰ পিছতে শিলচৰৰ পৰা আইজল অভিমুখী ৮ ৰহিংগীয়া আটক

ধৃত ৰহিংগীয়া নাম শর্মিলা নাৰা, অতৰিজা, চানভৰ, চেখুহ, তাজমী, নূৰখয়াস, তৈয়বা আৰু ৰুবিনা

news18assam
Updated:April 25, 2019, 12:42 PM IST
নিৰ্বাচনৰ পিছতে শিলচৰৰ পৰা আইজল অভিমুখী ৮ ৰহিংগীয়া আটক
মিজোৰামত আটক ৮ ৰহিংগীয়া যুৱতী
news18assam
Updated: April 25, 2019, 12:42 PM IST
মিজোৰামত আটক ৮ ৰহিংগীয়া যুৱতী। শিলচৰৰ পৰা আইজল অভিমুখী এখন বাছৰ পৰা তালাচীৰ সময়ত আটক কৰে যুৱতীকেইগৰাকীক। মঙলবাৰে নিশা ভাইৰেণ্টি আৰক্ষী চেকগেটত নিয়মীয়া তালাচীৰ সময়ত সন্দেহজনক যুৱতীকেইগৰাকীক সোধাপোছা কৰা হয়। তেওঁলোকৰ সৈতে ভিছা বা কোনোধৰণৰ পৰিচয়পত্ৰ নথকাৰ বাবে অধিক সোধাপোছাৰ বাবে আটক কৰে মিজোৰাম আৰক্ষীয়ে। ধৃত ৰহিংগীয়া নাম শর্মিলা নাৰা, অতৰিজা, চানভৰ, চেখুহ, তাজমী, নূৰখয়াস, তৈয়বা আৰু ৰুবিনা।
আৰু চাওক পৰৱৰ্তী বাতৰি