মুখ্যপৃষ্ঠা »খবৰ »দেশ »Delhi NCR Earthquake : আফগানিস্তানত ৭.৭ ৰেখটাৰ স্কেল প্ৰাবল্যৰ ভূমিকম্প, কঁপিল দিল্লীৰ লগতে কেইবাখনো ৰাজ্য

Delhi NCR Earthquake : আফগানিস্তানত ৭.৭ ৰেখটাৰ স্কেল প্ৰাবল্যৰ ভূমিকম্প, কঁপিল দিল্লীৰ লগতে কেইবাখনো ৰাজ্য

হঠাতে হোৱা ভূমিকম্পৰ জোকাৰণিত আতংকিত হৈ পৰে দিল্লী-এনচিআৰৰ বাসিন্দাসকল

হঠাতে হোৱা ভূমিকম্পৰ জোকাৰণিত আতংকিত হৈ পৰে দিল্লী-এনচিআৰৰ বাসিন্দাসকল

হঠাতে হোৱা ভূমিকম্পৰ জোকাৰণিত আতংকিত হৈ পৰে দিল্লী-এনচিআৰৰ বাসিন্দাসকল

  • Share this:
আফগানিস্তানত ৭.৭ ৰেখতাৰ স্কেল প্ৰাবল্যৰ ভূমিকম্প। এই ভূমিকম্পত কঁপিল দিল্লীও (Delhi NCR Earthquake)। ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল আফগানিস্তান আছিল যদিও ভাৰতৰ দিল্লী, পঞ্জাৱ, উত্তৰাখণ্ড, ৰাজস্থান, কাশ্মীৰো কঁপি উঠে। চীন, তাজিকিস্তান, কাজাখস্তান, উজবেকিস্তান, পাকিস্তান, তুৰ্কমেনিস্তানৰ কিছু অঞ্চল ভূমিকম্পৰ ফলত প্ৰভাৱিত হয়।



হঠাতে হোৱা ভূমিকম্পৰ জোকাৰণিত আতংকিত হৈ পৰে দিল্লী-এনচিআৰৰ বাসিন্দাসকল। বেছিভাগ মানুহেই ঘৰ এৰি ৰাজপথলৈ নামি আহে। প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে তেওঁলোকে ৪০ৰ পৰা ৪৫ ছেকেণ্ডলৈকে ভূমিকম্প অনুভৱ কৰিছিল। ভূমিকম্পৰ ফলত কোনোধৰণৰ ক্ষতি হৈছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কেৱল ঘৰতে নহয়, ৰাজপথত থকাসকলেও কঁপনি অনুভৱ কৰিছিল।

শেহতীয়া বাতৰি