• Home
  • »
  • News
  • »
  • nation
  • »
  • মাতৃ শক্তি! চাইকেলেৰে মহাৰাষ্ট্ৰৰ পৰা বৈষ্ণুদেৱীলৈকে ২২০০ কিলোমিটাৰৰ দুঃসাহসিক যাত্ৰা ৬৫ বছৰীয়া বৃদ্ধাৰ, ভিডিঅ’ই মোহিত কৰিব আপোনাক!

মাতৃ শক্তি! চাইকেলেৰে মহাৰাষ্ট্ৰৰ পৰা বৈষ্ণুদেৱীলৈকে ২২০০ কিলোমিটাৰৰ দুঃসাহসিক যাত্ৰা ৬৫ বছৰীয়া বৃদ্ধাৰ, ভিডিঅ’ই মোহিত কৰিব আপোনাক!

মহাৰাষ্ট্ৰৰ খমগাঁৱৰ বাসিন্দা ৬৮ বছৰীয়া ৰেখা দেৱভনকৰ। চাইকেল চলাই নিজৰ গাঁৱৰ পৰা জম্মু-কাশ্মীৰৰ পবিত্ৰ হিন্দুতীৰ্থ বৈষ্ণুদেৱী মন্দিৰত উপস্থিত গ’লগৈ।

  • Share this:
মনৰ অঁযুত শক্তি! বয়সেও যেন হাৰ মনাব পৰা নাই এগৰাকী মহিলাক। এগৰাকী ৬৮ বছৰীয়া বৃদ্ধা এতিয়া সৰ্বত্ৰ চৰ্চিত। ছচিয়েল মিডিয়াত হৈছে ভাইৰেল। মহিলাগৰাকীৰ নাম ৰেখা দেৱভনকৰ। মহাৰাষ্ট্ৰৰ খমগাঁৱৰ বাসিন্দা ৬৮ বছৰীয়া ৰেখা দেৱভনকৰে নিজৰ গাঁৱৰ পৰা চাইকেল চলাই যাত্ৰা কৰিলে জম্মু-কাশ্মীৰৰ পবিত্ৰ হিন্দুতীৰ্থস্থান বৈষ্ণুদেৱীৰ অভিমুখে।

এই বিষয়ে টুইটাৰত পোষ্ট শ্বেয়াৰ কৰিছে ৰতন শাৰদা নামৰ এগৰাকী ব্যক্তিয়ে। ৰেখাই দিনে ৪০ কিলো মিটাৰ চলাইছে চাইকেল। যোৱা ২৪ জুলাইতে বৃদ্ধা মহিলাগৰাকীয়ে আৰম্ভ কৰিছিল যাত্ৰা।

ছচিয়েল মিডিয়াত ৰতন শাৰদাই মহিলাগৰাকীৰ দুঃসাহসিক যাত্ৰাৰ কথা শ্বেয়াৰ কৰাৰ লগতে তেওঁক সহায় কৰিবলৈও অনুৰোধ জনাইছিল। ৬৫ বছৰীয়া মহিলাগৰাকীৰ এনে অদম্য সাহস দেখি সকলোৱে প্ৰশংসা কৰিছে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি