உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • উচ্চতম ন্যায়ালয়ৰ শুনানি প্ৰক্ৰিয়াত পৰিছে প্ৰভাৱ, ইজনৰ পিছত সিজন ন্যায়াধীশ আক্ৰান্ত এই ৰোগত

    উচ্চতম ন্যায়ালয়ৰ শুনানি প্ৰক্ৰিয়াত পৰিছে প্ৰভাৱ, ইজনৰ পিছত সিজন ন্যায়াধীশ আক্ৰান্ত এই ৰোগত

    ন্যায়াধীশ সকল H1N1 ভাইৰাছৰে আক্ৰান্ত হোৱা ফলত ব্যাঘাত জন্মিছে শুনানি প্ৰক্ৰিয়াত।

    ন্যায়াধীশ সকল H1N1 ভাইৰাছৰে আক্ৰান্ত হোৱা ফলত ব্যাঘাত জন্মিছে শুনানি প্ৰক্ৰিয়াত।

    ন্যায়াধীশ সকল H1N1 ভাইৰাছৰে আক্ৰান্ত হোৱা ফলত ব্যাঘাত জন্মিছে শুনানি প্ৰক্ৰিয়াত।

    • Share this:
    ন্যায়াধীশৰ অসুস্থতাই প্ৰভাৱ পেলাইছে দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ৰ শুনানি প্ৰক্ৰিয়াত। আইনী প্ৰক্ৰিয়াত বিঘিনিৰ সৃষ্টি হোৱা কাৰণে মুখ্য ন্যায়াধীশ অৰবিন্দ ববডেই আলোচনাত মিলিত হয় অন্যান্য ন্যায়াধীশসকলৰ।

    শুনানি প্ৰক্ৰিয়াত বিলম্ব হোৱাৰ কাৰণ উচ্চতম ন্যায়ালয়ৰ ৬জনকৈ ন্যায়াধীশ আক্ৰান্ত হৈছে ছোৱাইন ফ্লুত।

    ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে তেওঁৰ আদালতৰ কোঠাত কেইজনমান অধিবক্তাক সম্বোধন কৰি থাকোতে জনায় এই কথা ।

    সুস্থ হৈ থকা ন্যায়াধীশ সকলৰ ইমুনাইজ্যেশনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।
    Published by:Himangshu Bhuyan
    First published: