উচ্চতম ন্যায়ালয়ৰ শুনানি প্ৰক্ৰিয়াত পৰিছে প্ৰভাৱ, ইজনৰ পিছত সিজন ন্যায়াধীশ আক্ৰান্ত এই ৰোগত

ন্যায়াধীশ সকল H1N1 ভাইৰাছৰে আক্ৰান্ত হোৱা ফলত ব্যাঘাত জন্মিছে শুনানি প্ৰক্ৰিয়াত।
ন্যায়াধীশ সকল H1N1 ভাইৰাছৰে আক্ৰান্ত হোৱা ফলত ব্যাঘাত জন্মিছে শুনানি প্ৰক্ৰিয়াত।
- News18 Assam
- Last Updated: February 25, 2020, 5:39 PM IST
শুনানি প্ৰক্ৰিয়াত বিলম্ব হোৱাৰ কাৰণ উচ্চতম ন্যায়ালয়ৰ ৬জনকৈ ন্যায়াধীশ আক্ৰান্ত হৈছে ছোৱাইন ফ্লুত।
ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে তেওঁৰ আদালতৰ কোঠাত কেইজনমান অধিবক্তাক সম্বোধন কৰি থাকোতে জনায় এই কথা ।