• Home
  • »
  • News
  • »
  • nation
  • »
  • কেৰালাত PFIৰ বন্ধৰ সময়ত অপ্ৰীতিকৰ পৰিস্থিতি, KSRTCৰ ৫৯খন বাছৰ ক্ষতিসাধন, ১১জন কৰ্মচাৰী আহত

কেৰালাত PFIৰ বন্ধৰ সময়ত অপ্ৰীতিকৰ পৰিস্থিতি, KSRTCৰ ৫৯খন বাছৰ ক্ষতিসাধন, ১১জন কৰ্মচাৰী আহত

পৰিবহণ মন্ত্ৰী এণ্টনী ৰাজুৱে কয়, বাছত আক্ৰমণ কৰাসকলৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কাকো ৰেহাই দিয়া নহ’ব। বাছৰ ক্ষতিপূৰণ অভিযুক্তৰ পৰা আদায় কৰা হ’ব।

  • Share this:
কেৰালাত পপুলাৰ ফ্ৰণ্টৰ প্ৰতিবাদৰ সময়ত হিংসাত্মক পৰিস্থিতি। কেএছআৰটিচি বাছ লণ্ডভণ্ড কৰিলে একাংশ প্ৰতিবাদকাৰীয়ে। শিলাবৰ্ষণত ১১জন কৰ্মচাৰী আহত হৈছে। ৫৯খন বাছ ক্ষতিগ্ৰস্ত হয় প্ৰতিবাদকাৰীৰ আক্ৰমণত। এই হিংসাত্মক পৰিস্থিতিৰ ফলত ৪০ লাখৰো অধিক টকাৰ ক্ষতিসাধন হোৱা বুলি অনুমান কৰা হৈছে।

পৰিবহণ মন্ত্ৰী এণ্টনী ৰাজুৱে কয়, বাছত আক্ৰমণ কৰাসকলৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কাকো ৰেহাই দিয়া নহ’ব। বাছৰ ক্ষতিপূৰণ অভিযুক্তৰ পৰা আদায় কৰা হ’ব।

ৰাজ্যখনৰ কেইবাখনো জিলাত কেএছআৰটিচিৰ বাছৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হয়। তিৰুৱনন্তপুৰম, বলৰামপুৰম, কল্লম্বলমত বাইক আৰোহীৰ এটা দলে বাছত আক্ৰমণ কৰে। সুনীল কুমাৰ নামৰ এজন চালকে চকুত আঘাত পাইছে।
Published by:Sanjay Kumar Das
First published: