৫০ কেজি সোণেৰে নিৰ্মাণ কৰিলে দুৰ্গা প্ৰতিমা, খৰচ ২০ কোটি টকা!

News18-Assam
Updated:October 3, 2019, 4:34 PM IST
৫০ কেজি সোণেৰে নিৰ্মাণ কৰিলে দুৰ্গা প্ৰতিমা, খৰচ ২০ কোটি টকা!
কলিকতাত নিৰ্মাণ কৰা হৈছে এইবছৰৰ দেশৰ আটাইতকৈ অভিজাত দুৰ্গা প্ৰতিমা

কলিকতাত নিৰ্মাণ কৰা হৈছে এইবছৰৰ দেশৰ আটাইতকৈ অভিজাত দুৰ্গা প্ৰতিমা

  • Share this:
কলিকতাৰ দুৰ্গা পূজাৰ আছে এক সুকীয়া মহত্ব। প্ৰত্যেক বছৰেই কলিকতাত দুৰ্গা পূজা অত্যন্ত আড়ম্বৰপূৰ্ণ ভাবে আয়োজন কৰা হয়। এইবাৰ কলিকতাত প্ৰায় ৫০ কেজি সোণেৰে নিৰ্মাণ কৰা হৈছে দুৰ্গা প্ৰতিমা, য’ত খৰচ হৈছে ২০ কোটি টকা।



দুৰ্গা দেৱীৰ এই আকৰ্ষণীয় প্ৰতিমুৰ্তিয়ে এতিয়া আকৰ্ষিত কৰিছে বহুজনক।

 

 
First published: October 3, 2019, 4:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading