কলিকতাৰ দুৰ্গা পূজাৰ আছে এক সুকীয়া মহত্ব। প্ৰত্যেক বছৰেই কলিকতাত দুৰ্গা পূজা অত্যন্ত আড়ম্বৰপূৰ্ণ ভাবে আয়োজন কৰা হয়। এইবাৰ কলিকতাত প্ৰায় ৫০ কেজি সোণেৰে নিৰ্মাণ কৰা হৈছে দুৰ্গা প্ৰতিমা, য’ত খৰচ হৈছে ২০ কোটি টকা।
দুৰ্গা দেৱীৰ এই আকৰ্ষণীয় প্ৰতিমুৰ্তিয়ে এতিয়া আকৰ্ষিত কৰিছে বহুজনক।