ঝাৰখণ্ডত আকৌ মাওবাদীৰ আক্ৰমণ, শ্বহীদ হ’ল ৫ গৰাকী আৰক্ষী জোৱান

News18-Assam
Updated:June 15, 2019, 12:13 PM IST
ঝাৰখণ্ডত আকৌ মাওবাদীৰ আক্ৰমণ, শ্বহীদ হ’ল ৫ গৰাকী আৰক্ষী জোৱান
ঝাৰখণ্ডত পুনৰ মাওবাদীৰ কূটাঘাট

ঝাৰখণ্ডত পুনৰ মাওবাদীৰ কূটাঘাট

  • Share this:
আকৌ এবাৰ ঝাৰখণ্ডত সংঘটিত হৈছে আৰক্ষী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ।ৰাজ্যখনৰ সীমান্তৱৰ্তী জামচেদপুৰত সংঘটিত হৈছে এই ঘটনা।তহলদাৰী আৰক্ষীৰ ওপৰত আচম্বিতে আক্ৰমণ কৰে মাওবাদীৰ এটা দলে। মাওবাদীৰ আক্ৰমণত আক্ৰমণত শ্বহীদ হয় ৫জন আৰক্ষী জোৱান। লগতে মাওবাদীয়ে লুটি লৈ যায় জোৱান কেইজনৰ অস্ত্ৰ-শস্ত্ৰ।বৰ্তমানো সন্ধান নাই ৩গৰাকী জোৱানৰ

উল্লেখযোগ্য যে যোৱা ২৮মে’ত ঝাৰখণ্ডত সংঘটিত হোৱা মাওবাদীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হৈছিল দেশৰ ১৫জন CRPF জোৱান। তাৰ ভিতৰত আছিল অসমৰ বীৰ জোৱান সুনীল কলিতা।

 

 
First published: June 15, 2019, 11:39 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি