ঝাৰখণ্ডত আকৌ মাওবাদীৰ আক্ৰমণ, শ্বহীদ হ’ল ৫ গৰাকী আৰক্ষী জোৱান
News18-Assam Updated:June 15, 2019, 12:13 PM IST

ঝাৰখণ্ডত পুনৰ মাওবাদীৰ কূটাঘাট
উল্লেখযোগ্য যে যোৱা ২৮মে’ত ঝাৰখণ্ডত সংঘটিত হোৱা মাওবাদীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হৈছিল দেশৰ ১৫জন CRPF জোৱান। তাৰ ভিতৰত আছিল অসমৰ বীৰ জোৱান সুনীল কলিতা।