বিয়া খাবলৈ গৈ মৃত্যুক সাবটিলে এটা পৰিয়ালৰে ৫জনে, ক’ত এই ভয়ংকৰ দুৰ্ঘটনা?

News18-Assam
Updated:November 18, 2019, 12:34 PM IST
বিয়া খাবলৈ গৈ মৃত্যুক সাবটিলে এটা পৰিয়ালৰে ৫জনে, ক’ত এই ভয়ংকৰ দুৰ্ঘটনা?
Photo : bhaskar.com video

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় এটি শিশু।

  • News18 Assam
  • Last Updated: November 18, 2019, 12:34 PM IST
  • Share this:
দেওবাৰে পুৱা মধ্য প্ৰদেশৰ ইন্দোৰৰ ৱড়ৱানীত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত মৃত্যু হয় একেটা পৰিয়ালৰে ৫জনৰ। ট্ৰাক আৰু এখন কাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত কাৰখনত থকা পৰিয়ালটোৰ ৫জনৰ থিতাতে মৃত্যু হয়। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় এটি শিশু। এখন বিয়ালৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। আহত শিশুটিক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
আৰু চাওক পৰৱৰ্তী বাতৰি