বুধবাৰে নিশা ১১.৪৫ বজাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।
বুধবাৰে নিশা ১১.৪৫ বজাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।
মেঘালয়ত ভয়ংকৰ দুৰ্ঘটনা। নদীত বাগৰি পৰিল এখন যাত্ৰীবাহী বাছ। এই দুৰ্ঘটনাত চাৰিজন লোক নিহত হোৱাৰ উপৰি ১৬জন যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে। মেঘালয়ৰ তুৰাৰ পৰা শ্বিলঙলৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হয় যাত্ৰীবাহী বাছখন।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, উদ্ধাৰ অভিযান অব্যাহত আছে। বুধবাৰে নিশা ১১.৪৫ বজাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। ইষ্ট গাৰো হিল্ছ আৰু ৱেষ্ট খাচী হিলছ জিলাৰ সীমান্তৰ নংশ্ৰামৰ ৰিংডি নদীত বাগৰি পৰে বাছখন।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|