• Home
  • »
  • News
  • »
  • nation
  • »
  • Delhi News : দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড, চাৰিজন লোকৰ কৰুণ মৃত্যু

Delhi News : দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড, চাৰিজন লোকৰ কৰুণ মৃত্যু

দিল্লী আৰক্ষীয়ে কয় যে অ’ল্ড সীমাপুৰী অঞ্চলত পুৱা তিনি মহলীয়া অট্টালিকাৰ ওপৰৰ মহলাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।

  • Share this:
দেশৰ ৰাজধানী দিল্লীৰ অ’ল্ড সীমাপুৰী অঞ্চলৰ এটা ঘৰ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই অগ্নিকাণ্ডত চাৰিজন লোকৰ মৃত্যু হয়। এতিয়ালৈ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। জানিব পৰা মতে, উদ্ধাৰ অভিযান অব্যাহত আছে। দিল্লী আৰক্ষীয়ে কয় যে অ’ল্ড সীমাপুৰী অঞ্চলত পুৱা তিনি মহলীয়া অট্টালিকাৰ ওপৰৰ মহলাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।

আৰক্ষীয়ে কয় যে আজি পুৱা ৪ বাজি ৩ মিনিটত অ’ল্ট সীমাপুৰীত এটা ঘৰত জুই লগাৰ খবৰ লাভ কৰিছিল। খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয়। বহু চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ঘৰটোৰ তৃতীয় মহলাৰ এটা কোঠাত চাৰিজন লোকক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে।
Published by:Sanjay Kumar Das
First published: