মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»ক্লাছ চলি থকাৰ সময়তে ভাগি পৰিল ছাঁদ, ২৫জন শিক্ষাৰ্থী আহত

ক্লাছ চলি থকাৰ সময়তে ভাগি পৰিল ছাঁদ, ২৫জন শিক্ষাৰ্থী আহত

News18 Assam | News18-Assam
Updated:September 23, 2021, 4:38 PM IST
ক্লাছ চলি থকাৰ সময়তে ভাগি পৰিল ছাঁদ, ২৫জন শিক্ষাৰ্থী আহত
আহতসকলৰ ভিতৰত ৫জনৰ অৱস্থা সংকটজনক হোৱাত খানপুৰ পিজিআইলৈ স্থানান্তৰিত কৰা হয়।

আহতসকলৰ ভিতৰত ৫জনৰ অৱস্থা সংকটজনক হোৱাত খানপুৰ পিজিআইলৈ স্থানান্তৰিত কৰা হয়।

  • News18 Assam
  • Last Updated: September 23, 2021, 4:38 PM IST
  • Share this:
হাৰিয়ানাৰ ছোনিপটৰ গান্নাউৰত এখন স্কুলত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। ক্লাছ চলি থকাৰ সময়তে হৰহৰকৈ ভাঙি পৰিল ছাঁদ। এই দুৰ্ঘটনাত আহত হৈছে ক্লাছত থকা ২৫গৰাকী শিক্ষাৰ্থী। তেওঁলোকক উদ্ধাৰ কৰি ততাতৈয়াকৈ গান্নাউৰ কমিউনিটী হাস্পতালত ভৰ্তি কৰোৱা হয়। আহতসকলৰ ভিতৰত ৫জনৰ অৱস্থা সংকটজনক হোৱাত খানপুৰ পিজিআইলৈ স্থানান্তৰিত কৰা হয়। লগত আহত হৈছে নিৰ্মাণকাৰ্যত নিয়োজিত তিনিজন ঠিকা শ্ৰমিকো।
Published by: Sanjay Kumar Das
First published: September 23, 2021, 4:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি