• Home
  • »
  • News
  • »
  • nation
  • »
  • ১ জুনৰ পৰা চলিব ৰে'ল, অচিৰেই আৰম্ভ হ’ব অনলাইন টিকট বুকিং

১ জুনৰ পৰা চলিব ৰে'ল, অচিৰেই আৰম্ভ হ’ব অনলাইন টিকট বুকিং

Photo : Prokerala.cpm

Photo : Prokerala.cpm

২০০খন নন-এচি ছেকেণ্ড ক্লাছ ৰে'ল চলোৱাৰ পৰিকল্পনা চৰকাৰৰ

  • Share this:
দেশত অব্যাহত আছে কোৰোণাৰ সন্ত্ৰাস। প্ৰতিদিনেই দ্ৰুত গতিত বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে পুনৰ আৰম্ভ কৰিবলৈ আগবাঢ়িছে ৰে’ল সেৱা। অহা ১ জুনৰ পৰা দেশত আৰম্ভ হ'ব ৰে'লসেৱা। অচিৰেই আৰম্ভ হ’ব  অনলাইনযোগে টিকট বুকিং প্ৰক্ৰিয়া।



১ জুনৰ পৰা প্ৰত্যেকদিনাই ২০০খন নন-এচি ছেকেণ্ড ক্লাছ ৰে'ল চলোৱাৰ পৰিকল্পনা কৰিছে ভাৰতীয় ৰে’ল বিভাগে। সকলো লোকে যাত্ৰা কৰিব পাৰিব এই ৰে'লত। নিৰ্দিষ্ট সময়ত দৈনিক চলাচল কৰিব ৰে'লসমূহ। ৰে'ল মন্ত্ৰী পীয়ূষ গোৱেলে জনালে এই কথা।
First published: