NSCN(IM)ত্যাগ কৰিলে ১৭ গৰাকী নেতাই, পূৰ্বৰ গৃহমন্ত্ৰী হোকাভি য়াপথমিয়েও ত্যাগ কৰিলে NSCN(IM)

আলোচনাত অংশগ্ৰহণকাৰী নেতায়ো কৰিলে সংগঠন ত্যাগ

News18-Assam
Updated:October 26, 2019, 10:21 AM IST
NSCN(IM)ত্যাগ কৰিলে ১৭ গৰাকী নেতাই, পূৰ্বৰ গৃহমন্ত্ৰী হোকাভি য়াপথমিয়েও ত্যাগ কৰিলে NSCN(IM)
আলোচনাত অংশগ্ৰহণকাৰী নেতায়ো কৰিলে সংগঠন ত্যাগ
News18-Assam
Updated: October 26, 2019, 10:21 AM IST
নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন NSCN(IM) ত জোকাৰণি। NSCN(IM)ত্যাগ কৰিলে শীষস্থানীয় ১৭ গৰাকী নেতাৰ।আলোচনাত অংশগ্ৰহণকাৰী নেতায়ো কৰিলে সংগঠন ত্যাগ। পূৰ্বৰ গৃহমন্ত্ৰী হোকাভি য়াপথমিয়ে এৰিলে NSCN(IM)। NSCN(IM) ত্যাগ কৰি NNPGsত যোগদান কৰিলে বিদ্ৰোহী নেতা কেইজনে। NSCN(IM)ৰ আলোচনাত উপস্থিতি আছিল হোকাভি। ২৪ অক্টোবৰত দিল্লীত অনুষ্ঠিত হৈছিল আলোচনা। থুইংগালেং মুভাইক সংগ দিছিল হোকাভিয়ে। কিন্তু এদিন পিছতে এৰিলে NSCN(IM)।
আৰু চাওক পৰৱৰ্তী বাতৰি