NRCত নাম অন্তৰ্ভুক্ত নহ’ল সোণাপুৰৰ ১৫০০ লোকৰ

News18-Assam
Updated:September 2, 2019, 9:18 AM IST
NRCত নাম অন্তৰ্ভুক্ত নহ’ল সোণাপুৰৰ ১৫০০ লোকৰ
বৈধ নথি–পত্ৰ দাখিল কৰা সত্ত্বেও NRCত নাম অন্তৰ্ভুক্ত নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে গাঁওবাসীয়ে।

বৈধ নথি–পত্ৰ দাখিল কৰা সত্ত্বেও NRCত নাম অন্তৰ্ভুক্ত নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে গাঁওবাসীয়ে।

  • Share this:
৩১ আগষ্টত প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পূব মালয়বাৰী গাঁৱৰ প্ৰায় ২০০০ লোকে NRCত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন জনাইছিল যদিও চূড়ান্ত NRCত নাম আহিল মাত্ৰ প্ৰায় ৫০০ লোকৰহে। বৈধ নথি–পত্ৰ দাখিল কৰা সত্ত্বেও NRCত নাম অন্তৰ্ভুক্ত নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে গাঁওবাসীয়ে। আনকি গাঁওখনৰ চৰকাৰী কৰ্মচাৰীৰ নামো অন্তৰ্ভুক্ত নহ’ল NRCত। গাঁৱৰ বাসিন্দাসকলৰ অভিযোগ অনুসৰি একেখন নথিৰ জৰিয়তে অন্য জিলাত নাম অন্তৰ্ভুক্ত হৈছে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading