• Home
  • »
  • News
  • »
  • nation
  • »
  • মিজোৰামত শিলৰ কোঁৱেৰী খহি জীৱন্তে পোত গ’ল ১২জন লোক, ৮জনৰ মৃতদেহ উদ্ধাৰ

মিজোৰামত শিলৰ কোঁৱেৰী খহি জীৱন্তে পোত গ’ল ১২জন লোক, ৮জনৰ মৃতদেহ উদ্ধাৰ

মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে উদ্ধাৰ হোৱা ৮ শ্ৰমিকৰ মৃতদেহ।

মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে উদ্ধাৰ হোৱা ৮ শ্ৰমিকৰ মৃতদেহ।

মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে উদ্ধাৰ হোৱা ৮ শ্ৰমিকৰ মৃতদেহ।

  • Share this:
মিজোৰামৰ নাথিয়ালত ভয়ংকৰ ঘটনা। শিলৰ কুঁৱেৰী খহি জীৱন্তে পোত গ’ল ১২জনকৈ শ্ৰমিক। এই পৰ্যন্ত ৮ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ। এতিয়াও আবদ্ধ হৈ আছে ৪জন শ্ৰমিক। ঘটনাস্থলীত পুৱাৰে পৰা NDRFৰ উদ্ধাৰ অভিযান অব্যাহত আছে। মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে উদ্ধাৰ হোৱা ৮ শ্ৰমিকৰ মৃতদেহ।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি