
মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে উদ্ধাৰ হোৱা ৮ শ্ৰমিকৰ মৃতদেহ।
মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে উদ্ধাৰ হোৱা ৮ শ্ৰমিকৰ মৃতদেহ।
মিজোৰামৰ নাথিয়ালত ভয়ংকৰ ঘটনা। শিলৰ কুঁৱেৰী খহি জীৱন্তে পোত গ’ল ১২জনকৈ শ্ৰমিক। এই পৰ্যন্ত ৮ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ। এতিয়াও আবদ্ধ হৈ আছে ৪জন শ্ৰমিক। ঘটনাস্থলীত পুৱাৰে পৰা NDRFৰ উদ্ধাৰ অভিযান অব্যাহত আছে। মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে উদ্ধাৰ হোৱা ৮ শ্ৰমিকৰ মৃতদেহ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|