হৰিষতে বিষাদ! গণেশ মূৰ্তি বিসৰ্জন দিবলৈ গৈ ১১জনৰ সলিল সমাধি, সন্ধানহীন ৮জন

পুৱতি নিশা সংঘটিত হয় এই শোকাৱহ দূৰ্ঘটনা।

News18
Updated:September 13, 2019, 8:26 AM IST
হৰিষতে বিষাদ! গণেশ মূৰ্তি বিসৰ্জন দিবলৈ গৈ ১১জনৰ সলিল সমাধি, সন্ধানহীন ৮জন
পুৱতি নিশা সংঘটিত হয় এই শোকাৱহ দূৰ্ঘটনা।
News18
Updated: September 13, 2019, 8:26 AM IST
গণেশ পূজাৰ আনন্দ উল্লাসৰ মাজতে মধ্যপ্ৰদেশৰ ভূপালত সংঘটিত হয় এক শোকাৱহ দূৰ্ঘটনা। ভূপালত গণেশ মূৰ্তি বিসৰ্জনত
নাও ডুবি মৃত্যু ১১ জন লোকৰ।বিসৰ্জনৰ বাবে এখন নাঁৱত গৈছিল ১৯ জন লোক। ১১ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। পুৱতি নিশা ৩ বজাত সংঘটিত হয় দুৰ্ঘটনাটো। বৰ্তমানো সন্ধানহীন ৮ জন লোক। অধিক জানিবলৈঃ
আৰু চাওক পৰৱৰ্তী বাতৰি