ভয়ংকৰ দুৰ্ঘটনা, বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ১০জন

News18-Assam
Updated:November 18, 2019, 9:26 AM IST
ভয়ংকৰ দুৰ্ঘটনা, বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ১০জন
দুৰ্ঘটনাৰ ফলত জ্বলি উঠে দুয়োখন বাহন। আহত লোকসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

দুৰ্ঘটনাৰ ফলত জ্বলি উঠে দুয়োখন বাহন। আহত লোকসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

  • Share this:
ৰাজস্থানৰ বিকানেৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। ANIৰ খবৰ অনুসৰি, যাত্ৰীবাহী বাছ আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় ১০জন যাত্ৰী। ২০জনৰো অধিক লোক আহত হৈছে এই দুৰ্ঘটনাত। দুংগাৰগড়ৰ সমীপত ১১নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ ফলত জ্বলি উঠে দুয়োখন বাহন। আহত লোকসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

আৰু চাওক পৰৱৰ্তী বাতৰি