• Home
  • »
  • News
  • »
  • nation
  • »
  • Omicron|Covid19|Maharashtra: ১০ জন মন্ত্ৰী আৰু ২০ জন বিধায়ক কোৰোণা পজিটিভ, মহাৰাষ্ট্ৰত কোভিড আৰু অমিক্ৰনৰ ভয়াৱহ সংক্ৰমণ

Omicron|Covid19|Maharashtra: ১০ জন মন্ত্ৰী আৰু ২০ জন বিধায়ক কোৰোণা পজিটিভ, মহাৰাষ্ট্ৰত কোভিড আৰু অমিক্ৰনৰ ভয়াৱহ সংক্ৰমণ

Omicron|Covid19|Maharashtra:  মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰে জনাইছে যে ৰাজ্যখনৰ ১০ জন মন্ত্ৰী আৰু ২০ জন বিধায়ক কোৰোণাত আক্ৰান্ত হৈছে।

  • Share this:
মহাৰাষ্ট্ৰত কোৰোণা  (Corona)ত সংক্ৰমিত হৈছে ১০ জন মন্ত্ৰী আৰু ২০ গৰাকী বিধায়ক। ৰাজ্যখনৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰে (Ajit Pawar) জানিব দিছে এই খবৰ।

উপমুখ্যমন্ত্ৰী অজিত পাৱাৰে কয় যে এনেকৈ যদি কোৰোণাৰ সংক্ৰমণ বাঢ়ি থাকে তেন্তে আৰু অধিক কঠোৰ কোৰোণা নীতি প্ৰৱৰ্তন কৰিবলৈ চৰকাৰ বাধ্য হ'ব।

উল্লেখ্য যে বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্ৰত কোৰোণাত আক্ৰান্ত হৈছে ৮০৬৭গৰাকী লোক। শুকুৰবাৰৰ তুলনাত আক্ৰান্তৰ সংখ্যা ৫০ শতাংশ বৃদ্ধি হৈছে। বৃহস্পতিবাৰে আক্ৰান্তৰ সংখ্যা আছিল ৫৩৬৮ গৰাকী।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

অৱশ্যে শনিবাৰে অমিক্ৰনত সংক্ৰমিতৰ সংখ্যা ৪জন।
Published by:Manjumoni Borah
First published: