• Home
  • »
  • News
  • »
  • mumbai
  • »
  • Kartik Aaryan Birthday: কাৰ্তিক আৰ্য়ানে ক’লে, ‘বলিউডৰ ১ নম্বৰ ষ্টাৰ হোৱাই মোৰ সপোন’

Kartik Aaryan Birthday: কাৰ্তিক আৰ্য়ানে ক’লে, ‘বলিউডৰ ১ নম্বৰ ষ্টাৰ হোৱাই মোৰ সপোন’

উল্লেখ্য যে শেহতীয়াকৈ মুক্তি লাভ কৰা কাৰ্তিক আৰ্য়ানৰ ‘ধামাকা’ কোৰিয়ান ছবি ‘টেৰৰ লাইভৰ’ ৰিমেক। আগন্তুক সময়ক কাৰ্তিক আৰ্য়ানৰ ‘ভুল ভুলেয়া–২’, ‘ফ্ৰেডী’, ‘শাহজাদা’ আৰু ‘কেপ্তেইন ইণ্ডিয়া’ৰ দৰে ছবি অহাৰ কথা।

  • Share this:
আজি অৰ্থাৎ ২২ নৱেম্বৰত বলিউডৰ উদীয়মান অভিনেতা কাৰ্তিক আৰ্য়ানৰ ৩১ সংখ্যক জন্মদিন। কাৰ্তিক আৰ্য়ানে সদায় ৰোমাণ্টিক–কমেডী জনাৰৰ ছবি কৰি আহিছে। শেহতীয়াকৈ তেওঁৰ প্ৰথমখন থ্ৰিলাৰ ছবি ‘ধামাকা’ই মুক্তি লাভ কৰিছে। ছবিখনত তেওঁৰ অভিনয়ক প্ৰশংসা কৰা হৈছে।

'ধামাকা’ত কাৰ্তিকৰ অভিনয় প্ৰশংসিত হোৱাক লৈ আনন্দ প্ৰকাশ কৰি তেওঁ কয়, 'মই সদায় কিবা এটা বেলেগ কৰাৰ কাৰণে চেষ্টা কৰি আহিছো। ছচিয়েল মিডিয়াত ছবিখনত কৰা অভিনয়ৰ প্ৰশংসা আৰু ইণ্ডাষ্ট্ৰীৰ পৰা লাভ কৰা সহাৰিক লৈ মই উৎফুল্লিত। মানুহে মোক অভিনেতা হিচাপে স্বীকৃতি দিছে মই সুখী।’

তেওঁ লগতে কয়, 'মই ছবি উদ্যোগৰ এক নম্বৰ ষ্টাৰ হ’ব বিচাৰো। এই ছবিখনৰ জৰিয়তে মই এই সুযোগ লাভ কৰিছো। মই সদায় যিসকল ছবি নিৰ্মাতাৰ সৈতে কাম কৰিব বিচাৰি আছিলো আশা কৰো তেওঁলোকৰ সৈতে এতিয়া মই কাম কৰিব পাৰিম।'

উল্লেখ্য যে শেহতীয়াকৈ মুক্তি লাভ কৰা কাৰ্তিক আৰ্য়ানৰ ‘ধামাকা’ কোৰিয়ান ছবি ‘টেৰৰ লাইভৰ’ ৰিমেক। আগন্তুক সময়ক কাৰ্তিক আৰ্য়ানৰ ‘ভুল ভুলেয়া–২’, ‘ফ্ৰেডী’, ‘শাহজাদা’ আৰু ‘কেপ্তেইন ইণ্ডিয়া’ৰ দৰে ছবি অহাৰ কথা।
First published: