মুখ্যপৃষ্ঠা » খবৰ

» মুম্বাই

»Covid 19 India: কোৰোণাত আক্ৰান্ত হ’ল অভিনেত্ৰী কংগনা ৰাণাৱট। পজিটিভ হোৱাৰ পাছৰে পৰা আছে কোৱৰেণ্টাইনত।

Covid 19 India: কোৰোণাত আক্ৰান্ত হ’ল অভিনেত্ৰী কংগনা ৰাণাৱট। পজিটিভ হোৱাৰ পাছৰে পৰা আছে কোৱৰেণ্টাইনত।

News18 Assam | News18-Assam
Updated:May 8, 2021, 12:00 PM IST
Covid 19 India: কোৰোণাত আক্ৰান্ত হ’ল অভিনেত্ৰী কংগনা ৰাণাৱট। পজিটিভ হোৱাৰ পাছৰে পৰা আছে কোৱৰেণ্টাইনত।
বিগত কেইদিনমান ধৰি কিছু অসুস্থ হৈ থকা কংগনাই দেহত কোৰোণাৰ লক্ষণ দেখা পোৱাৰ পাছতে কোৰোণা পৰীক্ষা কৰায়। পৰীক্ষাত কোৰোণা ভাইৰাছ ধৰা পৰে কংগনাৰ দেহত। 

বিগত কেইদিনমান ধৰি কিছু অসুস্থ হৈ থকা কংগনাই দেহত কোৰোণাৰ লক্ষণ দেখা পোৱাৰ পাছতে কোৰোণা পৰীক্ষা কৰায়। পৰীক্ষাত কোৰোণা ভাইৰাছ ধৰা পৰে কংগনাৰ দেহত। 

  • Share this:
কোৰোণাত আক্ৰান্ত হৈছে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট। ছচিয়েল মিডিয়াযোগে নিজে এই কথা ৰাজহুৱা কৰিলে অভিনেত্ৰীগৰাকীয়ে। কোৰোণা পজিটিভ হোৱাৰ পাছৰে পৰা কংগনা আছে কোৱৰেণ্টাইনত।

বিগত কেইদিনমান ধৰি কিছু অসুস্থ হৈ থকা কংগনাই দেহত কোৰোণাৰ লক্ষণ দেখা পোৱাৰ পাছতে কোৰোণা পৰীক্ষা কৰায়। পৰীক্ষাত কোৰোণা ভাইৰাছ ধৰা পৰে কংগনাৰ দেহত।

বিগত কেইদিনত নিজকে অতি দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰি থকাৰ লগতে চকুৰ পোৰণিত ভুগিছিল অবিনেত্ৰীগৰাকী। হিমাছল প্ৰদেশৰ নিজ ঘৰলৈ যোৱাৰ পৰিকল্পনা আছিল কংগনাৰ। তাৰ আগতে পৰীক্ষা কৰোৱাত কোৰোণা পজিটিভ ধৰা পৰে।

উল্লেখ্য যে চনু সুদ, কাৰ্তিক আৰ.ান, আলিয়া ভাট, ৰণবীৰ কাপুৰ, কেটৰিনা কাইফকে বলীউডৰ কেইবাগৰাকীও তাৰকা বিগত কেইদিনত কোৰোণা পজিটিভ হোৱাৰ পিছত কোৰোণাত আক্ৰান্ত হৈছে কংগনা।
Published by: Manjumoni Borah
First published: May 8, 2021, 12:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি