অসমৰ সুযোগ্য সন্তান সংগীতশিল্পী, সুৰকাৰ নিলোৎপল বৰাক সন্মানীয় ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত কৰা হৈছে।
নিলোৎপল বৰাক ৱেব চিৰিজ '
Aspirants'ত তেওঁৰ কামৰ বাবে শ্ৰেষ্ঠ মূল চাউণ্ডট্ৰেক শ্ৰেণীত ফিল্মফেয়াৰ অ'টিটি বঁটাৰ বাবে মনোনীত হৈছে।
নীলোৎপল বৰাই ৰোহিত শৰ্মাৰ সৈতে মিলি ৱেব চিৰিজখনৰ বাবে সংগীত সৃষ্টি কৰিছিল। তেওঁ চিৰিজখনৰ বাবে দুটা গানৰ সংগীত কৰিছিল।
নীলোৎপল বৰা বলীউডৰ প্ৰখ্যাত সংগীত পৰিচালক শংকৰ এহছান লয় আৰু শচীন
জিগৰৰ সৈতে মনোনীত কৰা হৈছে।
![]()
অসমৰ কাৰণে নিশ্চিতভাৱে এক গৌৰৱৰ বিষয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|