• Home
  • »
  • News
  • »
  • mumbai
  • »
  • Assam News| শংকৰ–এহচান–লয়, শচীন–জিগৰৰ সৈতে ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন তালিকাত অসম সন্তান নীলোৎপল বৰা, এইখন ৱেব চিৰিজৰ বাবে মনোনয়ন লাভ

Assam News| শংকৰ–এহচান–লয়, শচীন–জিগৰৰ সৈতে ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন তালিকাত অসম সন্তান নীলোৎপল বৰা, এইখন ৱেব চিৰিজৰ বাবে মনোনয়ন লাভ

নীলোৎপল বৰাই ৰোহিত শৰ্মাৰ সৈতে মিলি ৱেব চিৰিজখনৰ বাবে সংগীত সৃষ্টি কৰিছিল। তেওঁ চিৰিজখনৰ বাবে দুটা গানৰ সংগীত কৰিছিল।

  • Share this:
অসমৰ সুযোগ্য সন্তান সংগীতশিল্পী, সুৰকাৰ নিলোৎপল বৰাক সন্মানীয় ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত কৰা হৈছে।

নিলোৎপল বৰাক ৱেব চিৰিজ 'Aspirants'ত তেওঁৰ কামৰ বাবে শ্ৰেষ্ঠ মূল চাউণ্ডট্ৰেক শ্ৰেণীত ফিল্মফেয়াৰ অ'টিটি বঁটাৰ বাবে মনোনীত হৈছে।

নীলোৎপল বৰাই ৰোহিত শৰ্মাৰ সৈতে মিলি ৱেব চিৰিজখনৰ বাবে সংগীত সৃষ্টি কৰিছিল। তেওঁ চিৰিজখনৰ বাবে দুটা গানৰ সংগীত কৰিছিল।

নীলোৎপল বৰা বলীউডৰ প্ৰখ্যাত সংগীত পৰিচালক শংকৰ এহছান লয় আৰু শচীন

জিগৰৰ সৈতে মনোনীত কৰা হৈছে।

অসমৰ কাৰণে নিশ্চিতভাৱে এক গৌৰৱৰ বিষয়।
First published:

শেহতীয়া বাতৰি