সলনি হ’ল জুবিন গাৰ্গ! এৰিলে এই অভ্যাস

News18 Assam | News18-Assam
Updated:December 26, 2019, 4:38 PM IST
সলনি হ’ল জুবিন গাৰ্গ! এৰিলে এই অভ্যাস
জুবিন গাৰ্গ

কিন্তু কি অভ্যাগ ত্যাগ কৰিলে জুবিন গাৰ্গে?

  • Share this:
সলনি হৈছে জুবিন গাৰ্গ, ত্যাগ কৰিছে এটা অভ্যাস। দীৰ্ঘসময় ধৰি জুবিন গাৰ্গে এই অভ্যাস ত্যাগ কৰিম বুলি কৈ থকাৰ পিছত এতিয়া সঁচাকৈয়ে ত্যাগ কৰিছে সেই অভ্যাস।শেহতীয়াকৈ মাংস খাবলৈ এৰিছে জুবিন গাৰ্গে। যি কোনো চৰাই, হাঁহ-পাৰ, মুৰ্গি, ছাগলী খাবলৈ বাদ দিছে জুবিনে।

জুবিনে এতিয়া হাঁহ, পাৰ, মুৰ্গী পোঁহে । গতিকে পোহনীয়া চৰাইৰ প্ৰতি মৰম সোমোৱাৰ বাবেই মাংস খাব নোৱাৰা হৈছে জুবিন গাৰ্গে। গতিকে এতিয়া জুবিন গাৰ্গে মাছ হে খায়।

জুবিনৰ মতে মাছত যিমান খিনি স্বাস্থ্যকৰ উপাদান থাকে, মাংসত সিমান খিনি নাথাকে। চুবুৰীয়া ৰাজ্য অৰুণাচল জিৰ'ৰ উদাহৰণ দাঙি ধৰি জুবিনে ধান খেতিৰ সমান্তৰালকৈ মীন পালনৰ উদাহৰণো দাঙি ধৰিলে৷
আৰু চাওক
পৰৱৰ্তী বাতৰি