உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • ইছলাম ধৰ্ম অনুসৰি অতি পবিত্ৰ '৭৮৬', আপোনাৰ হাতত এই নম্বৰৰ নোট থাকিলে লাভ কৰিব লাখ লাখ টকা!

    ইছলাম ধৰ্ম অনুসৰি অতি পবিত্ৰ '৭৮৬', আপোনাৰ হাতত এই নম্বৰৰ নোট থাকিলে লাভ কৰিব লাখ লাখ টকা!

    এই নম্বৰৰ যিকোনো নোট থাকিলেই যে লক্ষাধিক টকা লাভ কৰিব সেয়া নহয়!

    এই নম্বৰৰ যিকোনো নোট থাকিলেই যে লক্ষাধিক টকা লাভ কৰিব সেয়া নহয়!

    এই নম্বৰৰ যিকোনো নোট থাকিলেই যে লক্ষাধিক টকা লাভ কৰিব সেয়া নহয়!

    • Share this:
    আপোনাৰ হাতত থকা ১০,২০,৫০,১০০ টকীয়া নোটৰ নম্বৰ কেতিয়াবা চাইছেনে? সঠিক নম্বৰ কম্বিনেশ্যনৰ নোট যদি আপোনাৰ হাতত আছে, তেন্তে আপুনি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব। বহু মানুহৰ চখ থাকে বিভিন্ন ন-পুৰণি মুদ্ৰা বা নোট সংগ্ৰহ কৰা। এই পুৰণি টকা-পইচাৰ পৰা কিমান ৰোজগাৰ হ'ব পাৰে সেই সম্বন্ধে সকলোৰে বিশেষ ধাৰণা নাথাকে। বিভিন্ন বেৱ-চাইটত এইধৰণৰ নোট বিক্ৰী কৰি টকা উপাৰ্জন কৰিব পাৰি।

    আপোনাৰ হাতত ১০,২০,৫০,১০০ টকাৰ নোট আছে নেকি, য'ত '৭৮৬' নম্বৰ আছে। যদি আপোনাৰ হাতত এই নম্বৰৰ নোট আছে, তেন্তে মুকলি হ'ল আপোনাৰ ভাগ্য! আচলতে '৭৮৬' নম্বৰ ইছলাম ধৰ্ম অনুসৰি অত্যন্ত পবিত্ৰ। এই নম্বৰ আল্লাহৰ ৰূপক হিচাপে ধৰা হয়। আপোনাৰ হাতত যদি এনে নোট আছে তেন্তে E-bay বেৱচাইটত বিক্ৰী কৰিব পাৰিব।

    এই বেৱচাইটত আপোনাৰ লগত থকা এই বিশেষ নম্বৰৰ নিলাম হয়। ইয়াৰ জৰিয়তে তিনি লাখ টকা পৰ্যন্ত লাভ কৰাৰ সম্ভাৱনা আছে।

    জানক কিদৰে কৰিব বিক্ৰীঃ

    ষ্টেপ ১- প্ৰথমে www.ebay.com লগ ইন কৰক।

    ষ্টেপ ২- হোমপেজৰ ৰেজিষ্ট্ৰেশ্যনত ক্লীক কৰক। আৰু বিক্ৰেতা হিচাপে ৰেজিষ্টাৰ কৰক।

    ষ্টেপ ৩- নিজৰ হাতত থকা নোটখনৰ ফটো আপলোড কৰক।

    ষ্টেপ ৪- নোট ক্ৰয় কৰিবলৈ ইচ্ছুক বিক্ৰী ব্যক্তিয়ে বিজ্ঞাপন দেখি আপোনাৰ সৈতে যোগাযোগ কৰিব। আৰু সকলো ঠিকে থাকিলে নোট বিক্ৰী কৰিব পাৰিব।
    Published by:Himangshu Bhuyan
    First published: