দ্যুতি চান্দৰ আন এক কৃতিত্ব। ৱৰ্ল্ড ইউনিভাৰ্চিটী গেমছত ১০০ মিটাৰত জিনিলে স্বৰ্ণ

ৰাষ্ট্ৰীয় অভিলেখৰ গৰাকী দ্যুতি চান্দে ৱৰ্ল্ড ইউনিভাৰ্চিটী গেমছত ট্ৰেক এণ্ড ফীল্ডত স্বৰ্ণ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা।

News18-Assam
Updated:July 10, 2019, 1:58 PM IST
দ্যুতি চান্দৰ আন এক কৃতিত্ব। ৱৰ্ল্ড ইউনিভাৰ্চিটী গেমছত ১০০ মিটাৰত জিনিলে স্বৰ্ণ
ৰাষ্ট্ৰীয় অভিলেখৰ গৰাকী দ্যুতি চান্দে ৱৰ্ল্ড ইউনিভাৰ্চিটী গেমছত ট্ৰেক এণ্ড ফীল্ডত স্বৰ্ণ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা।
News18-Assam
Updated: July 10, 2019, 1:58 PM IST
ইংলেণ্ডৰ পৰা সুখবৰৰ বাবে অপেক্ষাত আছে ক্ৰিকেট প্ৰেমী। কিন্তু দ্যুতি চান্দে ইটালীৰ পৰা খেলপ্ৰেমীসকলক এটা সুখবৰ দিয়ে। ৱৰ্ল্ড ইউনিভাৰ্চিটী গেমছত দ্যুতিয়ে ১০০ মিটাৰত স্বৰ্ণ জয় কৰি ইতিহাস গঢ়িলে। ৰাষ্ট্ৰীয় অভিলেখৰ গৰাকী দ্যুতি চান্দে ৱৰ্ল্ড ইউনিভাৰ্চিটী গেমছত ট্ৰেক এণ্ড ফীল্ডত স্বৰ্ণ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা।



২৩ বছৰীয়া দ্যুতিয়ে ১১.৩২ ছেকেণ্ডত দৌৰত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ছুইজাৰলেণ্ডৰ ডেল পাণ্টাই ১১.৩৩ ছেকেণ্ডত ৰূপ আৰু জাৰ্মানীৰ লিজা কবাই ১১.৩৯ ছেকেণ্ডত ব্ৰঞ্জৰ পদক দখল কৰে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি