உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • প্ৰেংক কৰাৰ নামত পত্নীৰ চৰ খাই লুটিখাই পৰিল স্বামী! তাৰ পিছত? চাওক ভাইৰেল ভিডিও

    প্ৰেংক কৰাৰ নামত পত্নীৰ চৰ খাই লুটিখাই পৰিল স্বামী! তাৰ পিছত? চাওক ভাইৰেল ভিডিও

    শুকুৰবাৰে ছচিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছিল এই ভাইৰেল ভিডিও

    শুকুৰবাৰে ছচিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছিল এই ভাইৰেল ভিডিও

    শুকুৰবাৰে ছচিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছিল এই ভাইৰেল ভিডিও

    • Share this:
    ছচিয়েল মিডিয়াত আজিকালি কিছু নহয়, কিছু ঘটনা ভাইৰেল হৈ থাকেই। ফটোৱেই হওক বা ভিডিও, নেটিজেনে মন কৰিলেই ক্ৰমাগতভাবে শ্বেয়াৰ আৰু লাইক কৰি ভাইৰেল কৰি তোলে। সম্প্ৰতি এনে এক ভিডিওই ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। পত্নীৰ সৈতে প্ৰেংক কৰিবলৈ গৈ বিপাঙত পৰিল স্বামী।

    ভিডিওটোত দেখা গৈছে যে, স্বামীৰ সৈতে অতি আনন্দ মনেৰে এটা প্ৰেংক ভিডিও কৰিছে পত্নীয়ে। কিন্তু হঠাত্‍ খং উঠে পত্নীৰ। আৰু স্বামীক শোধাই পূৰ্ণহতীয়া চৰ! আৰু পত্নীৰ চৰ খাই বিচনাত ঢলি পৰে স্বামী।



    তাৰ পিছতে লাগিল দুৱাদুৱা! পত্নী আৰু এগৰাকী মহিলাই বহু চেষ্টা কৰাৰ পিছতো উঠাব নোৱাৰিলে স্বামীক। শৰীৰত ঢালিলে পানী, আৰম্ভ কন্দা-কতা। বহু সময়ৰ পিছত বিছনাৰ পৰা উঠি স্বামীয়ে ক'লে- মোক ভয় খোৱাব পাৰিলে, কি ময়ো ভয় খোৱাব নোৱাৰিম নেকি!'
    Published by:Himangshu Bhuyan
    First published: