মাত্ৰ ৪৯৯৯ টকাৰে ঘৰলৈ লৈ যাওক এইখন বাইক, এক লিটাৰ পেট্ৰ’লেৰে ৯৫ কিঃমি পথ অতিক্ৰম কৰিব পাৰিব

টিভিএছ মটৰ (TVS Motor)য়ে গ্ৰাহকৰ বাবে লৈ আহিছে আকৰ্ষণীয় অফাৰ। এই অফাৰৰ আধাৰত TVS Sport আপুনি মাত্ৰ ৪৯৯৯ টকাৰ ডাউন পেমেণ্ট দিয়ে ঘৰলৈ লৈ যাব পাৰিব।

Dulu Medhi | news18assam
Updated:June 30, 2019, 7:20 PM IST
মাত্ৰ ৪৯৯৯ টকাৰে ঘৰলৈ লৈ যাওক এইখন বাইক, এক লিটাৰ পেট্ৰ’লেৰে ৯৫ কিঃমি পথ অতিক্ৰম কৰিব পাৰিব
টিভিএছ মটৰ (TVS Motor)য়ে গ্ৰাহকৰ বাবে লৈ আহিছে আকৰ্ষণীয় অফাৰ। এই অফাৰৰ আধাৰত TVS Sport আপুনি মাত্ৰ ৪৯৯৯ টকাৰ ডাউন পেমেণ্ট দিয়ে ঘৰলৈ লৈ যাব পাৰিব।
Dulu Medhi | news18assam
Updated: June 30, 2019, 7:20 PM IST
দেশৰ তৃতীয়টো বৃহৎ টু–হুইলাৰ মেনুফেকচাৰিং কোম্পানী টিভিএছ মটৰ (TVS Motor)য়ে গ্ৰাহকৰ বাবে লৈ আহিছে আকৰ্ষণীয় অফাৰ। এই অফাৰৰ আধাৰত TVS Sport আপুনি মাত্ৰ ৪৯৯৯ টকাৰ ডাউন পেমেণ্ট দিয়ে ঘৰলৈ লৈ যাব পাৰিব। ইয়াৰোপৰি TVS Sport ক্ৰয় কৰিলে আপুনি লাভ কৰিব ২০ গ্ৰামৰ ৰূপৰ মুদ্ৰা। ৩৫, ৩৩০ টকা এই বাইকখনৰ প্ৰাৰম্ভিক মূল্য।

ইঞ্জিন
TVS Sportত ৯৯.৭ CCৰ ছিংগল–চিলিণ্ডাৰ, এয়াৰ–কুল্ড ইঞ্জিন দিয়া হৈছে। যিয়ে ৭.৪bhpৰ মেক্সিমাম পাৱাৰ আৰু ৭.৫Nmৰ Torque Generate কৰে। ইয়াৰ ইঞ্জিন ৪–স্পীড মেনুৱেল গিয়াৰবক্সৰ সৈতে নাই সংযুক্ত।

দেশৰ আটাইতকৈ বেছি মাইলেজ দিয়া বাইক

TVS Sportত ড্ৰাম ব্ৰেকৰ ব্যৱহাৰ কৰা হৈছে আৰু প্ৰতিঘণ্টাত এই বাইকখনে টপ স্পীডত দিয়ে ৮৫ কিলোমিটাৰ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে দেশৰ আটাইতকৈ বেছি মাইলেজ দিয়া বাইক এইখন। কোম্পানীয়ে দাবী কৰা মতে এক লিটাৰ পেট্ৰ’লত TVS Sport–এ ৯৫ কিলোমিটাৰ মাইলেজ দিয়ে।



আকৰ্ষণীয় গ্ৰাফিকছৰ সৈতে এই বাইকখনত দিয়া হৈছে Alloy wheels । ইয়াৰোপৰি এগজাষ্ট গাৰ্ডৰ ৰূপত ক্ৰম প্লেটো ব্যৱহাৰ কৰা হৈছে। Analog speedometer, Short character line, Dual tone body color এই বাইকখনৰ সুন্দৰতা বৃদ্ধি কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি