• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Whatsapp কৰিও উপাৰ্জন কৰিব পাৰিব টকা, ৩৬ হাজাৰ টকালৈকে ঘটিব পাৰিব আপুনি

Whatsapp কৰিও উপাৰ্জন কৰিব পাৰিব টকা, ৩৬ হাজাৰ টকালৈকে ঘটিব পাৰিব আপুনি

Source-Google

Source-Google

Instant messaging app, Whatsappএ ৫০০ ভাৰতীয় ভাৰতীয় ষ্টাৰ্টআপক ৫০০ ডলাৰ দিবলৈ সাজু হৈছে।  ফেচবুকত বিজ্ঞাপনৰ বাবে ভাৰতীয় ষ্টাৰ্টআপে ইয়াৰ ব্যৱহাৰ কৰিব পাৰিব

  • Share this:
ফেচবুকৰ মালিকানাধীন Instant messaging app, Whatsappএ দেশৰ ৫০০ ষ্টাৰ্টআপ কোম্পানীক ফেচবুকত ৫০০ ডলাৰ পৰ্যন্ত বিজ্ঞাপন বিনামূলীয়াকৈ দিয়াৰ সুবিধা প্ৰদান কৰিছে।  ঘৰুৱা ষ্টাৰ্টআপ কোম্পানীয়ে যাতে নিজৰ ব্যৱসায় অধিক সম্প্ৰসাৰণ কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখিয়েই প্ৰদান কৰিছে এই সুবিধা।

এই সমূহ ষ্টাৰ্টআপৰ হ’ব লাভ

কোম্পানীয়ে উল্লেখ কৰিছে যে, ‘Department for Promotion of Industry and Internal Trade’ ৰ স্বীকৃতি প্ৰাপ্ত ৫০০ ষ্টাৰ্টআপ কোম্পানীক ‘ফেচবুক এড ক্ৰেজিট’ ৰ জৰিয়তে প্ৰদান কৰা হ’ব এই সুবিধা।  এই প্ৰতিষ্ঠানসমূহে নিজৰ বিক্ৰী বঢ়াবৰ বাবে ফেচবুকত, Whatsapp ৰ সৈতে জড়িত বিজ্ঞাপন দিবলৈ ইয়াৰ ব্যৱহাৰ কৰিব পাৰিব।
First published: