• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • WhatsAppৰ ডিলিট কৰা মেছেজ কিদৰে পঢ়িব? জানি লওক Tips and Tricks

WhatsAppৰ ডিলিট কৰা মেছেজ কিদৰে পঢ়িব? জানি লওক Tips and Tricks

বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ইনষ্টেণ্ট মেচেজিং এপ (instant messaging app) WhatsAppৰ ডিলিট মেছেজ কিদৰে পঢ়িব?

  • Share this:
বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ইনষ্টেণ্ট মেচেজিং এপ (instant messaging app) WhatsAppৰ ডিলিট মেছেজ কিদৰে পঢ়িব?

হোৱাটচএপত ডিচ-এপিয়াৰিং মেছেজ (disappearing message)ৰ সুবিধাৰ পৰা প্ৰেৰণ কৰা মেছেজ ডিলিট কৰা হয়। ই ব্যৱহাৰকাৰীসকলক এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰেৰণ কৰা মেছেজ ডিলিট কৰিবলৈ অনুমতি দিয়ে। কিন্তু কেতিয়াবা আমি ডিলিট কৰা মেছেজ পঢ়িবলগীয়া পৰিস্থিতি আহে।

এনেদৰে আগবাঢ়কঃ

  • প্ৰথমে আপুনি থাৰ্ড পাৰ্টী এপ্লিকেচন WhatsAppRemoved+ডাউনলোড কৰিব লাগিব।

  • ইয়াৰ পিছতে নিয়ম আৰু চৰ্তাৱলীবোৰক সন্মতি দিয়ক।

  • এপটো কাম কৰিবৰ বাবে আপুনি ফোনৰ নটিফিকেশ্যনক এক্সেচ দিব লাগিব।

  • যদি এই ক্ষেত্ৰত আপুনি সহমতত উপনীত হ'ব পাৰিছে, তেন্তে য়েচ অপশ্যন ক্লীক কৰক।

  • ইয়াৰ পিছত সেই এপ্লিকেশ্যন চিলেক্ট কৰক।

  • ইয়াৰ বাদেও আন অপশ্যনো উপলব্ধ হ'ব, য'ত ফেচবুক, ইনষ্টাগ্ৰামৰ অপশ্যন থাকিব।

  • যি ফাইল চেভ কৰিব বিচাৰে, সেয়া চিলেক্ট কৰক।

  • ইয়াৰ পিছতে এটা পেজত ডিলিট হোৱা সকলো মেছেজ দেখিবলৈ পাব।

  • আপুনি স্ক্ৰিণৰ ওপৰ ভাগত হোৱাটছএপ বিকল্পত ক্লিক কৰিব লাগিব।

  • এই ছেটিংছ সক্ষম কৰাৰ পিছত, আপুনি সকলো ডেলিট কৰা হোৱাটছএপ মেছেজ পঢ়িবলৈ সক্ষম হ'ব।

Published by:Himangshu Bhuyan
First published: