உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • ভিজা কাপোৰে কৈ দিব আপোনাৰ চিলিণ্ডাৰত গেছ কিমান আছে, জানক ইয়াৰ কৌশল

    ভিজা কাপোৰে কৈ দিব আপোনাৰ চিলিণ্ডাৰত গেছ কিমান আছে, জানক ইয়াৰ কৌশল

    এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমি আপোনাক এক ঘৰুৱা আৰু অতি সহজ দিহা আগবঢ়াবলৈ লৈছো।

    এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমি আপোনাক এক ঘৰুৱা আৰু অতি সহজ দিহা আগবঢ়াবলৈ লৈছো।

    এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমি আপোনাক এক ঘৰুৱা আৰু অতি সহজ দিহা আগবঢ়াবলৈ লৈছো।

    • Share this:
    খাদ্য বনাই থকাৰ সময়ত হঠাৎ গেছ শেষ হৈ গ’লে কি অৱস্থা হয় সেয়া সকলোৱে জানে। এই সমস্যা ছিংগল কানেকচন থকা প্ৰতিটো পৰিয়ালৰ ক্ষেত্ৰতে হোৱা দেখা যায়, য’ত চিলিণ্ডাৰ দাঙি চাই বা জ্বলি থকা জুই চাই চিলিণ্ডাৰ শেষ হোৱাৰ অনুমান কৰা হয়।

    এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমি আপোনাক এক ঘৰুৱা আৰু অতি সহজ দিহা আগবঢ়াবলৈ লৈছো। চিলিণ্ডাৰত কিমান গেছ আছে সেয়া চাবলৈ আপুনি এখন কাপোৰ তিয়াই সম্পূৰ্ণ চিলিণ্ডাৰটোত মেৰিয়াই দিয়ক। চিলিণ্ডাৰ তিতি যোৱাৰ পিছত কাপোৰখন আঁতৰাই দিয়ক।

    এতিয়া ভালকৈ চালে দেখিব যে চিলিণ্ডাৰৰ কিছু অংশ শুকাই আছে আৰু কিছু অংশ তিতি আছে। কিয়নো শুকান অংশত গেছ নাই। এনেদৰে আপুনি সহজতে জানিব পাৰিব যে চিলিণ্ডাৰত কিমান গেছ আছে। ফলত আপুনি আগতীয়াকৈ চিলিণ্ডাৰ বুক কৰিব পাৰিব।

    কিয়নো লিকুইড গেছৰ তুলনাত খালী অংশ গৰম হয়। এনে অৱস্থাত তিতা কাপোৰৰ সম্পৰ্কলৈ অহাৰ পিছত সম্পূৰ্ণ চিলিণ্ডাৰটো তিতি যায় যদিও খালী অংশ সোনকালে শুকাবলৈ লয়। ইয়াৰ ফলত গেছৰ পৰিমাণৰ বিষয়ে সহজতে জানিব পৰা যায়।
    Published by:Sanjay Kumar Das
    First published: