• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Weight Loss Tips : কি কি খাই Smriti Iraniয়ে কমালে নিজৰ ওজন, জানি লওক এই সহজ উপায়

Weight Loss Tips : কি কি খাই Smriti Iraniয়ে কমালে নিজৰ ওজন, জানি লওক এই সহজ উপায়

Weight Loss Tips: কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী (Smriti Irani)য়ে ওজন হ্ৰাস কৰি সকলোকে আচৰিত কৰি দিছে। আহকচোন জানোঁ স্মৃতি ইৰাণীয়ে ওজন হ্ৰাস কৰিবলৈ কি ত্যাগ কৰিছে।

  • Share this:
Health News in Assamese - কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী (Smriti Irani)য়ে ওজন হ্ৰাস কৰি (Weight Loss) সকলোকে হতবাক কৰি তুলিছে। স্মৃতি ইৰাণীক দেখি মানুহে বিশ্বাস কৰিবই পৰা নাই যে বিজেপি সাংসদগৰাকী (BJP MP)য়ে কেনেকৈ ইমান দ্ৰুতগতিত এই পৰিৱৰ্তন কৰিবলৈ সক্ষম হ'ল। যদি আপুনিও মেদবহুলতাত ভুগি আছে আৰু ওজন হ্ৰাস কৰিব বিচাৰে তেন্তে আপুনি এতিয়া স্মৃতি ইৰাণীৰ আহাৰ (Smriti Irani Diet) খোৱাৰ নিয়ম অনুসৰণ কৰি ওজন হ্ৰাস কৰিব পাৰে। ওজন বৃদ্ধিয়ে কেৱল চেহেৰাটোৱেই নষ্ট নকৰে, ই স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক। স্মৃতি ইৰাণীয়ে কি ত্যাগ কৰি ওজন হ্ৰাস কৰিছে জানোঁ আহক।

স্মৃতি ইৰাণীয়ে ওজন হ্ৰাস কৰিবলৈ নিজৰ আহাৰত বিশেষ বস্তু অন্তৰ্ভুক্ত কৰিছে। ইয়াক গাখীৰ আৰু  গ্লুটেন বিহীন (No Milk No Gluten) আহাৰ বুলি কোৱা হয়। ইয়াৰ অৰ্থ হৈছে যে কেন্দ্ৰীয় মন্ত্ৰীয়ে তেওঁৰ আহাৰৰ পৰা গ্লুটেন আৰু দুগ্ধজাত সামগ্ৰী সম্পূৰ্ণৰূপে আঁতৰাই দিছে। দুগ্ধজাত (Dairy Products) আৰু গ্লুটেন-মুক্ত (Gulten Free) আহাৰ অনুসৰণ কৰাটো ওজন কমোৱাৰ ক্ষেত্ৰত ইতিমধ্যে যথেষ্ট কাৰ্যকৰী বুলি গণ্য কৰা হৈছে। এনে ক্ষেত্ৰত আপুনি মেদবহুলতা (Fats) হ্ৰাস কৰিবলৈও এই ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

গ্লুটেন হৈছে বিভিন্ন খাদ্যশস্যত পোৱা এক প্ৰ'টিন। অৱশ্যে ই শৰীৰক বেছি লাভান্বিত নকৰে। গাখীৰ আৰু গাখীৰৰ সামগ্ৰীবোৰক প্ৰ'টিন আৰু আন বহুতো পুষ্টিৰ উন্নত উৎস বুলি গণ্য কৰা হয়। কিন্তু বহুতো বস্তু আছে য'ত চৰ্বি অতি বেছি থাকে। যিটোৱে দ্ৰুতগতিত ওজন বৃদ্ধি কৰে। সেয়েহে ওজন হ্ৰাস কৰিবলৈ বহুলোকে নো মিল্ক নো গ্লুটেন আহাৰৰ লগতে  নো-চুগাৰ আহাৰ খোৱাৰ নিয়ম মানি চলে যাক অতি কাৰ্যকৰী বুলি গণ্য কৰা হয়।
Published by:Manjumoni Borah
First published: