৪৮ ঘণ্টালৈ অব্যাহত থাকিব প্ৰচণ্ড গৰম, কেতিয়া আহিব বৰষুণ?

দিল্লী–NCRসহ সমগ্ৰ উত্তৰ ভাৰতত অব্যাহত থাকিব প্ৰচণ্ড গৰম। বতৰৰ আগজাননী দিয়া প্ৰাইভেট এজেঞ্চী স্কাইমেটৰ তথ্য অনুসৰি, বৰ্তমান দিল্লীবাসীয়ে সকাহ নাপাব গৰমৰ পৰা।

News18-Assam
Updated:June 9, 2019, 1:06 PM IST
৪৮ ঘণ্টালৈ অব্যাহত থাকিব প্ৰচণ্ড গৰম, কেতিয়া আহিব বৰষুণ?
দিল্লী–NCRসহ সমগ্ৰ উত্তৰ ভাৰতত অব্যাহত থাকিব প্ৰচণ্ড গৰম। বতৰৰ আগজাননী দিয়া প্ৰাইভেট এজেঞ্চী স্কাইমেটৰ তথ্য অনুসৰি, বৰ্তমান দিল্লীবাসীয়ে সকাহ নাপাব গৰমৰ পৰা।
News18-Assam
Updated: June 9, 2019, 1:06 PM IST
দিল্লী–NCRসহ সমগ্ৰ উত্তৰ ভাৰতত অব্যাহত থাকিব প্ৰচণ্ড গৰম। বতৰৰ আগজাননী দিয়া প্ৰাইভেট এজেঞ্চী স্কাইমেটৰ তথ্য অনুসৰি, বৰ্তমান দিল্লীবাসীয়ে সকাহ নাপাব গৰমৰ পৰা। ৰাজস্থান আৰু পাকিস্তানৰ পৰা আগমণ ঘটা গৰম বতাহৰ ফলত বৃদ্ধি হৈছে তাপমাত্ৰা। দিল্লী–NCR বাসীয়ে গৰমৰ পৰা সকাহ পাবলৈ কৰিব লাগিব অপেক্ষা।

আৰ্দ্ৰতাই সৃষ্টি কৰিব অসুবিধা
স্কাইমেটৰ ৰিপ’ৰ্ট অনুসৰি, আৰৱ সাগৰত নিম্ন চাপৰ এলেকা হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ দ্বাৰা দিল্লী–NCRত আৰ্দ্ৰতাই বৃদ্ধি কৰিব সমস্যা। আৰ্দ্ৰতা আৰু তাপমাত্ৰা বৃদ্ধি হোৱাৰ বাবে বজ্ৰ পৰাৰো সম্ভাৱনা আছে। ১২ জুনলৈ দিল্লী–NCRত প্ৰচণ্ড ধুমুহা–বৰষুণ হোৱাৰ সম্ভাৱনা।



২৯ জুনত পাবহি মৌচুমী
সাধাৰণতে ২৯ জুনতেই দিল্লীত মৌচুমীৰ আগমণ ঘটে। যদিও স্কাইমেটৰ অনুসৰি এইবাৰ দিল্লীত মৌচুমীৰ আগমণ পলমকৈ ঘটিব। দিল্লীত এইবাৰ সামান্যভাৱে পৰিব মৌচুমীৰ প্ৰভাৱ।
আৰু চাওক পৰৱৰ্তী বাতৰি