৫ দিনলৈ নেৰা-নেপেৰা বৰষুণৰ সম্ভাৱনা
৫ দিনলৈ নেৰা-নেপেৰা বৰষুণৰ সম্ভাৱনা
ৰাজ্যত পুনৰ মুষলধাৰ বৰষুণৰ সম্ভাৱনা
অহা ২৪ ঘণ্টাৰ ভিতৰত হ’ব পাৰে বৰষুণ
৫ দিনলৈ নেৰা-নেপেৰা বৰষুণৰ সম্ভাৱনা
গুৱাহাটীৰ লগতে আন প্ৰান্ততো হ’ব বৰষুণ
মেঘালয়, অৰুণাচল, মণিপুৰতো হ’ব বৰষুণ
বৰষুণ হ’ব পাৰে নাগালেণ্ড, মিজোৰামতো
ত্ৰিপুৰাতো ৫ দিনলৈ বৰষুণ হোৱাৰ সম্ভাৱনা
বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|