• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • পাকিস্তান ক্ৰিকেট দলটোৰ বাৰ্ষিক দৰমহা যিমান টকা, বিৰাট কোহলীয়ে অকলেই সিমান উপাৰ্জন কৰে।

পাকিস্তান ক্ৰিকেট দলটোৰ বাৰ্ষিক দৰমহা যিমান টকা, বিৰাট কোহলীয়ে অকলেই সিমান উপাৰ্জন কৰে।

বিচিচিআইৰ চুক্তি অনুসৰি, এ+ খেলুৱৈসকলে বছৰি ৭ কোটি টকা লাভ কৰে, আনহাতে গ্ৰেড এ খেলুৱৈসকলৰ ৫ কোটি টকাৰ চুক্তি আছে। গ্ৰেড-বি আৰু চি খেলুৱৈসকলে ক্ৰমান্বয়ে ৩ কোটি আৰু ১ কোটি টকা লাভ কৰে।

  • Share this:
ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে ৰান সংগ্ৰহ কৰা আৰু প্ৰতিদিনে নতুন অভিলেখ সৃষ্টি কৰাত আগবাঢ়ি আছে। তেনেদৰে কোহলীয়ে উপাৰ্জনৰ ক্ষেত্ৰত শীৰ্ষস্থান দখল কৰে। ভাৰতীয় অধিনায়কৰ নাম সৰ্বাধিক উপাৰ্জন কৰা ক্ৰিকেটাৰসকলৰ ভিতৰত আছে। আনকি তেওঁৰ বিজ্ঞাপনৰ উপাৰ্জন পৃথক কৰি দিলেও, বিচিচিআইৰ পৰা তেওঁৰ বাৰ্ষিক দৰমহা সমগ্ৰ পাকিস্তান দলৰ বাৰ্ষিক দৰমহাৰ প্ৰায় সমান। বিচিচিআইয়ে শেহতীয়াকৈ অক্টোবৰ ২০২০ ৰ পৰা ছেপ্টেম্বৰ ২০২১ লৈকে বাৰ্ষিক চুক্তিৰ তালিকা প্ৰকাশ কৰিছে, ৰোহিত শৰ্মা আৰু যশপ্ৰীত বুমৰাহ, কোহলীক গ্ৰেড এ প্লাছত ৰাখিছে।

বিচিচিআইৰ চুক্তি অনুসৰি, এ+ খেলুৱৈসকলে বছৰি ৭ কোটি টকা লাভ কৰে, আনহাতে গ্ৰেড এ খেলুৱৈসকলৰ ৫ কোটি টকাৰ চুক্তি আছে। গ্ৰেড-বি আৰু চি খেলুৱৈসকলে ক্ৰমান্বয়ে ৩ কোটি আৰু ১ কোটি টকা লাভ কৰে।

পাকিস্তান ক্ৰিকেট বোৰ্ডে ইয়াৰ খেলুৱৈসকলক ৩ টা শ্ৰেণীত ৰাখে।  এ-গ্ৰেড খেলুৱৈয়ে প্ৰতি মাহে ১১ লাখ পাকিস্তানী টকা (অৰ্থাৎ ভাৰতীয় ৫.২০ লাখ টকা) লাভ কৰে। বাবৰ আজম, শ্বাহিন আফ্ৰিদি আৰু আজহাৰ আলী এই গ্ৰেডত আছে। বি শ্ৰেণীৰ সকলে ৭.৫০ লাখ পাকিস্তানী টকা (অৰ্থাৎ ভাৰতীয় ৩.৫৪ লাখ টকা ) আৰু চি শ্ৰেণীৰ সকলে ৫.৫০ লাখ টকা পাকিস্তানী টকা লাভ কৰে (অৰ্থাৎ ভাৰতীয় ২.৬০ লাখ টকা .) পাকিস্তানে এ শ্ৰেণীত ৩ জন, বি-ত ৯ জন আৰু চি শ্ৰেণীত ৬জন খেলুৱৈক স্থান দিছে।
Published by:Kokil Sarma
First published: