Old man Dances With Foreigner, Viral video: পিন্ধিছে বগা ধুতি আৰু পাঞ্জাৱী চোলা। চুলিও পকিছে। কিন্তু এতিয়াও কমা নাই এনাৰ্জী।
Old man Dances With Foreigner, Viral video: পিন্ধিছে বগা ধুতি আৰু পাঞ্জাৱী চোলা। চুলিও পকিছে। কিন্তু এতিয়াও কমা নাই এনাৰ্জী।
বিদেশী এগৰাকী ডান্সাৰৰ সৈতে মাজ ৰাস্তাত নৃত্য কৰিলে এগৰাকী বৃদ্ধ লোকে। পিন্ধনত এখন ধুতি আৰু পাঞ্জাৱী। চুলিও পকিছে। কিন্তু বৃদ্ধ লোকজনৰ এতিয়াও কমা নাই এনাৰ্জী। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিও দেখিলেই সকলো স্পষ্ট হৈ পৰিব!
ভিডিওত দেখা গৈছে যে, বলীউদৰ অভিনেতা ছলমান খান আৰু কাজল অভিনীত 'প্যাৰ কিয়া টো ডৰনা কিয়া' ছবিৰ 'অ' জানে জানা' গীতত নাচিছে এগাকী বিদেশী যুৱকে। আৰু সেই যুৱকজনৰ সৈতেই নৃত্য কৰা দেখা গৈছে বৃদ্ধ লোকজনক। টুইটাৰত এই ভিডিও পোষ্ট কৰিছে সুধীৰ ডাণ্ডোটিয়াই।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|