• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Dadaji Dances With Foreigner| Viral Video|| পিন্ধনত ধুতি, বিদেশী ষ্ট্ৰীট ডান্সাৰৰ সৈতে তুমুল নৃত্য 'ককা'ৰ! ভাইৰেল হ'ল ভিডিও

Dadaji Dances With Foreigner| Viral Video|| পিন্ধনত ধুতি, বিদেশী ষ্ট্ৰীট ডান্সাৰৰ সৈতে তুমুল নৃত্য 'ককা'ৰ! ভাইৰেল হ'ল ভিডিও

Old man Dances With Foreigner, Viral video: পিন্ধিছে বগা ধুতি আৰু পাঞ্জাৱী চোলা। চুলিও পকিছে। কিন্তু এতিয়াও কমা নাই এনাৰ্জী।

  • Share this:
বিদেশী এগৰাকী ডান্সাৰৰ সৈতে মাজ ৰাস্তাত নৃত্য কৰিলে এগৰাকী বৃদ্ধ লোকে। পিন্ধনত এখন ধুতি আৰু পাঞ্জাৱী। চুলিও পকিছে। কিন্তু বৃদ্ধ লোকজনৰ এতিয়াও কমা নাই এনাৰ্জী। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিও দেখিলেই সকলো স্পষ্ট হৈ পৰিব!

ভিডিওত দেখা গৈছে যে, বলীউদৰ অভিনেতা ছলমান খান আৰু কাজল অভিনীত 'প্যাৰ কিয়া টো ডৰনা কিয়া' ছবিৰ 'অ' জানে জানা' গীতত নাচিছে এগাকী বিদেশী যুৱকে। আৰু সেই যুৱকজনৰ সৈতেই নৃত্য কৰা দেখা গৈছে বৃদ্ধ লোকজনক। টুইটাৰত এই ভিডিও পোষ্ট কৰিছে সুধীৰ ডাণ্ডোটিয়াই।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Himangshu Bhuyan
First published: