உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • ককা, বেকা হৈ যাব কঁকাল! মহিলাৰ নাচ দেখি ৰ'বই নোৱাৰিলে বৃদ্ধ, নৃত্যৰে পাৰ কৰিলে সকলো সীমা!

    ককা, বেকা হৈ যাব কঁকাল! মহিলাৰ নাচ দেখি ৰ'বই নোৱাৰিলে বৃদ্ধ, নৃত্যৰে পাৰ কৰিলে সকলো সীমা!

    ছচিয়েল মিডিয়াত এইবাৰ ভাইৰেল হৈছে এজন বৃদ্ধৰ এটা বিশেষ ভিডিও। ভিডিঅ'টোত, এজন বৃদ্ধ লোকক অতি উৎসাহেৰে নৃত্য কৰা দেখা গৈছে।

    ছচিয়েল মিডিয়াত এইবাৰ ভাইৰেল হৈছে এজন বৃদ্ধৰ এটা বিশেষ ভিডিও। ভিডিঅ'টোত, এজন বৃদ্ধ লোকক অতি উৎসাহেৰে নৃত্য কৰা দেখা গৈছে।

    ছচিয়েল মিডিয়াত এইবাৰ ভাইৰেল হৈছে এজন বৃদ্ধৰ এটা বিশেষ ভিডিও। ভিডিঅ'টোত, এজন বৃদ্ধ লোকক অতি উৎসাহেৰে নৃত্য কৰা দেখা গৈছে।

    • Share this:
    আজিকালি বিভিন্ন নৃত্যৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা দেখা যায়। কলা আৰু প্ৰতিভাৰ বিকাশৰ উপৰিও বহুসময়ত আমি সামাজিক মাধ্যমত অদ্ভুত আৰু ধেমেলীয়া নৃত্যৰ ভিডিও ভাইৰেল হোৱাও দেখিবলৈ পাও।

    ছচিয়েল মিডিয়াত এইবাৰ ভাইৰেল হৈছে এজন বৃদ্ধৰ এটা বিশেষ ভিডিও। ভিডিঅ'টোত, এজন বৃদ্ধ লোকক অতি উৎসাহেৰে নৃত্য কৰা দেখা গৈছে। ভিডিঅ'টোত দেখা গৈছে যে, বৃদ্ধজনে এদল মহিলাক নাচি থকা দেখি নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। আৰু উত্তেজনা নিয়ন্ত্ৰণ কৰিব নোৱাৰি, বুঢ়ামানুহজনে ধুতি চপাই সৰ্বশৰীৰ কঁপোৱাৰ লগতে কিছু যৌনগন্ধী নৃত্য কৰা দেখিবলৈ পোৱা গ'ল।



    এই ভিডিওটো নিমিষতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। লোকজৱনৰ নৃত্য দেখি আচৰিত হৈ পৰে সকলো।

    ভাইৰেল ভিডিঅ'টো এজন আইপিএছ বিষয়াই টুইটাৰত শ্বেয়াৰ কৰিছিল। তেওঁ নিজৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ পৰা বৃদ্ধজনৰ নৃত্যৰ ভিডিঅ' শ্বেয়াৰ কৰিছে। বৃদ্ধজন নৃত্যত ইমানেই মগ্ন যে, তেওঁৰ নৃত্য দেখি নেটিজেনসকলে মন্তব্য কৰিছে, "এই শৈলীত মহিলাসকলে কঁকাল বেঁকা কৰিব নালাগে। তেওঁ তাতে এজন বৃদ্ধ লোক!"
    Published by:Himangshu Bhuyan
    First published: