জন্ম হোৱাৰ ২০ মিনিট পিছতে নাচিবলৈ ধৰিলে হাতী পোৱালীয়ে! চাওক ভাইৰেল VIDEO

News18 Assam | News18
Updated:June 9, 2020, 1:22 PM IST
জন্ম হোৱাৰ ২০ মিনিট পিছতে নাচিবলৈ ধৰিলে হাতী পোৱালীয়ে! চাওক ভাইৰেল VIDEO
ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈছে এই ভিডিও।

ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈছে এই ভিডিও।

  • News18
  • Last Updated: June 9, 2020, 1:22 PM IST
  • Share this:
মৰমলগা এটি কণমানি হাতী পোৱালী। ছচিয়েল মিডিয়াত অতি তীব্ৰ গতিৰে ভাইৰেল হোৱা এই ভিডিওত দেখিবলৈ পোৱা গৈছে জন্ম পোৱাৰ ২০মিনিট পিছতে মাকৰ সৈতে নাচিবলৈ ধৰিছে হাতী পোৱালীটোৱে।

ছচিয়েল মিডিয়াত এইকাৰণে ভিডিওটো মানুহে ভাল পাইছে কাৰণে জন্ম হোৱাৰ ২০মিনিটত পিছতে হাতী পোৱালীটোৱে থিয় হোৱাৰ লগতে মাকৰ সৈতে নাচিছে। মাটিত ভালকৈ খোপনি পুতিব নোৱাৰিলেও মাকৰ সৈতে কদম মিলাই নাচিছে কণমানি গজৰাজে।



এই ভিডিওটো ইণ্ডিয়ান ফৰেষ্ট অফিচাৰ সুশান্তা নন্দাই শ্বেয়াৰ কৰিছিল। শ্বেয়াৰ কৰাৰ কিছু সময়ৰ ভিতৰতে ভিডিওটো অসংখ্যজনে শ্বেয়াৰ আৰু লাইক কৰে।

 
First published: June 9, 2020, 1:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading