• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • লাঠী ভাবি এডাল জীৱন্ত সাপ হাতত তুলি ল'লে কণমানিয়ে... তাৰ পিছত যি হ'ল চাওক viral video

লাঠী ভাবি এডাল জীৱন্ত সাপ হাতত তুলি ল'লে কণমানিয়ে... তাৰ পিছত যি হ'ল চাওক viral video

ছচিয়েল মিডিয়াত ভাইৰেল হৈছে ভিডিঅ'।  এটি কণমানিয়ে খেলি থকাৰ সময়ত লাঠী বুলি ভাবি হাতত তুলি লয় এটা প্ৰকাণ্ড সাপ।

  • Share this:
সাপক সাধাৰণতে কোনো মানুহেই বিশ্ৱাস নকৰে। পিতৃ-মাতৃয়েও নিজৰ সন্তানক সাপ ওলোৱা ঠাইলৈ সাধাৰণতে যাবলৈ নিদিয়ে!

সংঘটিত হ'ল এক শিহৰণকাৰী ঘটনা। হঠাৎ লাঠী বুলি ভাবি এটা কণমানিয়ে হাতত তুলি ল'লে সাপ। গাৰ্ডেনত খেলি থকাৰ সময়তে কণমানিটোৱে জীৱন্ত সাপ হাতত তুলি লয়। ছচিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈছে ভিডিঅ'টো।

পিছে ঘটনাটো ক'ত সংঘটিত হৈছে সেয়া স্পষ্ট হোৱা নাই। ভিডিঅ'টোত কণমানিটোক এটা কুকুৰৰ সৈতে খেলি থকা দেখিবলৈ পোৱা গৈছিল। আৰু সেই সময়তে হঠাৎ কণমানিটোৱে হাতত লাঠী বুলি ভাবি তুলি লৈছিল সাপ। কুকুৰটোৰ সৈতে খেলি থকাৰ অৱস্থাত শিশুটিৰ পিতৃয়ে ভিডিঅ' কৰি আছিল যদিও পুত্ৰৰ হাতত সাপ দেখি হতবাক হৈ পৰে।

পিছত পিতৃয়ে কোনো মতে শিশুটিৰ হাতত পৰা সাপটো আঁতৰাবলৈ সক্ষম হয়। এই ভিডিঅ'এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।
Published by:Himangshu Bhuyan
First published: