মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Viral Vodeo|| পিন্ধিছে লেহেংগা-গহনা, দেওৰৰ বিয়াত বৌৰ আকৰ্ষণীয় নৃত্য! ভাইৰেল হ'ল ভিডিও

Viral Vodeo|| পিন্ধিছে লেহেংগা-গহনা, দেওৰৰ বিয়াত বৌৰ আকৰ্ষণীয় নৃত্য! ভাইৰেল হ'ল ভিডিও

Wedding Video Goes Super Viral: ভাইৰেল হোৱাৰ ভিডিওটোত দেওৰৰ বিয়াৰ দিনাই বৌৱেকক নৃত্য কৰা দেখিবলৈ পোৱা গৈছে।

Wedding Video Goes Super Viral: ভাইৰেল হোৱাৰ ভিডিওটোত দেওৰৰ বিয়াৰ দিনাই বৌৱেকক নৃত্য কৰা দেখিবলৈ পোৱা গৈছে।

  • Share this:
বিয়া ঘৰ মানেই আনন্দ, নৃত্য-গীত, হাঁহি- ফুৰ্তি। আজিকালি প্ৰায় প্ৰতিখন বিয়াৰে অভ্যৰ্থনা অনুষ্ঠানৰ দিনা সকলো আত্মীয়ই লগ হৈ নৃত্য কৰা দেখিবলৈ পোৱা যায়। কিছু কিছু ঠাইত ভাল পাৰফৰ্ম কৰাৰ বাবে কৰিওগ্ৰাফাৰো ঠিক কৰে বহুতে। তেনে এন বিবাহৰ ভিডিওই এতিয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

দেওৰেকৰ বিয়াত বৌ অর্থাৎ দৰাৰ ককায়েকৰ পত্নীয়ে কৰা নৃত্য দেখি মুগ্ধ নেটিজেন। বৌক জনপ্ৰিয় 'লো চলি ম্যায়' গীতত নৃত্য কৰা দেখিবলৈ পোৱা গৈছে। সেইসময়ত পিছফালৰ ষ্টেজত পুৰোহিতে বিয়াৰ আয়োজন কৰি আছিল।



১৯৯৪ চনত মুক্তি লাভ কৰিছিল ছলমান খান আৰু মাধুৰী দিক্ষিত অভিনীত হাম আপকে হ্যে কৌন ছবিখন। আৰু সেই ছবিৰ অভিনেত্ৰী ৰেনুকা সাহানেক ছলমান আৰু মাধুৰীৰ বাবে নচা দেখিবলৈ পোৱা গৈছিল লতা মংগেশকাৰৰ 'লো চলি ম্যায় আপনে দেৱৰ কি বাৰাত লে কৰ' গীতত।

শেহতীয়া বাতৰি