• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ইমান ডাঙৰ চাইজ! নাম বাহুবলী ফুচকা...দেখিলেই জিভাৰ পানী পৰিব, চাওক ভাইৰেল ভিডিও

ইমান ডাঙৰ চাইজ! নাম বাহুবলী ফুচকা...দেখিলেই জিভাৰ পানী পৰিব, চাওক ভাইৰেল ভিডিও

Viral Video of 'Bahubali Pani Puri': চাট লভাৰসকলৰ জিভাৰ পানী দেখিলেই পৰিব! এই ফুচকা পোৱা যায় নাগপুৰৰ এখন পানীপুৰিৰ ষ্টলত।

  • Share this:
পানীপুৰি, ফউচকা, বাতচ বা ঋালমুড়ী- এনে বহু নাম শুনিলে বহুতৰ মুখলৈ আহে পানী। বহুতৰে প্ৰিয় এনেধৰণৰ ষ্ট্ৰীট ফুড। ফুচকা খাই বেয়া পোৱা বহু কম মানুহহে আছে দেশত। হাইজিনৰ কোনো বিশেষ কথা নাই। ৰাস্তাৰ কাষত ফুচকা ষ্টলত বহুলোকে ভিৰ কৰা দেখিবলৈ পোৱা যায়।

মহাৰাষ্ট্ৰৰ নাগপুৰৰ সম্প্ৰতি এক বিশেষ ধৰণৰ ফুচকা এতিয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। যাৰ নাম বাহুবলী ফুচকা। নাম শুনিয়েই বুজিব পাৰিছে, কিং চাইজ এই ফুচকা কিমান স্পেচিয়েল। চাইজত ইমান ডাঙৰ, কোনোৱাই পূৰ্বতে দেখিছে বুলিও সন্দেহ হয়।

চাট লভাৰৰ জিভাৰ পানী পৰিব পৰা এই বিশাল আকাৰৰ ফুচকা নাগপুৰৰ এখন ষ্ট্ৰিট ষ্টলত পোৱা যায়।
Published by:Himangshu Bhuyan
First published: