• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • চিংগল পুৰুষৰ কষ্ট বুজি পোৱা মহিলা! Valentine's Dayৰ দিনা ভিডিও কলেৰে অবিবাহিত পুৰুষৰ সৈতে কৰে ৰোমাঞ্চ! উপাৰ্জন জানিলে আচৰিত হ'ব

চিংগল পুৰুষৰ কষ্ট বুজি পোৱা মহিলা! Valentine's Dayৰ দিনা ভিডিও কলেৰে অবিবাহিত পুৰুষৰ সৈতে কৰে ৰোমাঞ্চ! উপাৰ্জন জানিলে আচৰিত হ'ব

Viral| Valentine's Day Offer: অবিবাহিত পুৰুষৰ বাবে ভালপোৱাৰ দিৱসক বিশেষ কৰি তুলিবলৈ এই কাম কৰে এইগৰাকী হাংগেৰিয়ান মহিলা।

Viral| Valentine's Day Offer: অবিবাহিত পুৰুষৰ বাবে ভালপোৱাৰ দিৱসক বিশেষ কৰি তুলিবলৈ এই কাম কৰে এইগৰাকী হাংগেৰিয়ান মহিলা।

Viral| Valentine's Day Offer: অবিবাহিত পুৰুষৰ বাবে ভালপোৱাৰ দিৱসক বিশেষ কৰি তুলিবলৈ এই কাম কৰে এইগৰাকী হাংগেৰিয়ান মহিলা।

  • Share this:
১৪ ফেব্ৰুৱাৰী অর্থাৎ ভেলেণ্টাইন দ্যে প্ৰেমৰ দিৱস। এই দিনটোত দুই ধৰণৰ মানুহ দেখিবলৈ পোৱা যায়। ভাৰতত ভেলেণ্টাইন দ্যে বহুদিন ধৰিয়েই বেছ জনপ্ৰিয়। যিসকল সম্পৰ্কত আছে, তেওঁলোকৰ বাবে এই দিনটো বিশেষ। কিন্তু অবিবাহিতসকলে ৰোমাণ্টিক সম্পৰ্ক উপভোগ কৰাৰ পৰা বঞ্চিত হয়। এইবাৰ অবিবাহিতা পুৰুষৰ বাবে ভালপোৱাৰ দিৱসটোক বিশেষ কৰি তুলিবলৈ এক বিশেষ পদক্ষেপ লৈছে এগৰাকী হাংগেৰিয়ান মহিলা।

হাংগেৰীত বাস কৰা কিয়াৰা লৰ্ড এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁৰ চাবস্ক্ৰিপশ্যন ছাইট Onlyfans-ত এটা একাউণ্ট আছে। য'ত নিজৰ নগ্ন ফটো আৰু ভিডিঅ' বিক্ৰী কৰি যথেষ্ট ধন উপাৰ্জন কৰে। ইনষ্টাগ্ৰামতো 100,000ৰ অধিক লোকে ফলো কৰে কিয়াৰা লৰ্ডক। শেহতীয়াকৈ, কিয়াৰাই এটা পডকাষ্টত অতিথি হিচাপে যোগদান কৰিছিল আৰু তেওঁ ভেলেণ্টাইন সম্পৰ্কীয় বিশেষ পেকেজটো শ্বেয়াৰ কৰিছিল।




ডেইলী ষ্টাৰ ৱেবছাইটত দিয়া এক প্ৰতিবেদন অনুসৰি, কিয়াৰাই কৈছিল যে, ভেলেণ্টাইন দিৱসত, তেওঁ অবিবাহিত পুৰুষৰ প্ৰতি অতি সহানুভূতিশীল হৈ এই বিশেষ ব্যৱস্থাৰ কথা ভাবিছিল। কিয়াৰাৰ মতে, তেওঁ ভেলেণ্টাইন দিৱসত স্কাইপ ভিডিঅ' কল, অডিঅ' কল, মেচেজ আদিৰ জৰিয়তে পুৰুষসকলৰ সৈতে সংযুক্ত হয় আৰু ৰোমাঞ্চ কৰে। তেওঁলোকে বিশ্বাস কৰে যে, ভেলেণ্টাইন দিৱসত পুৰুষসকলক প্ৰেমৰ পৰা বঞ্চিত কৰাটো সঠিক নহয়। কেতিয়াবা তেওঁ আনকি এনে পুৰুষৰ সৈতে ডেটতো যায়।
Published by:Himangshu Bhuyan
First published: