১৬ বছৰৰ এইগৰাকী ষ্টাৰে ত্যাগ কৰিলে জীৱন, লাষ্ট পোষ্ট হিচাপে শ্বেয়াৰ কৰিছিল এটা বিশেষ ভিডিঅ’

News18 Assam | News18-Assam
Updated:June 25, 2020, 5:27 PM IST
১৬ বছৰৰ এইগৰাকী ষ্টাৰে ত্যাগ কৰিলে জীৱন, লাষ্ট পোষ্ট হিচাপে শ্বেয়াৰ কৰিছিল এটা বিশেষ ভিডিঅ’
‘Viral Bhayani’এ নিজৰ ছচিয়েল মিডিয়া প্লেটফৰ্মত এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰি এই কথা জনাইছে।

‘Viral Bhayani’এ নিজৰ ছচিয়েল মিডিয়া প্লেটফৰ্মত এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰি এই কথা জনাইছে।

  • Share this:
বলীউদৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুত শোকস্তব্ধ সমগ্ৰ বলীউদ। এতিয়াও অভিনেতাজনৰ মৃত্যু সহজ ভাবে মানি ল’ব পৰা নাই বহুতে। তাৰ মাজতে পোহৰলৈ আহিছে আন এক বেয়া খবৰ। চিয়া কক্কৰ নামৰ এগৰাকী যুৱতীয়েও অজ্ঞাত কাৰণত জীৱন ত্যাগ কৰে। যুৱতীগৰাকীয়ে সুন্দৰ নৃত্য কৰাৰ লগতে টিকটকতো অত্যন্ত জনপ্ৰিয়। মাত্ৰ ১৬ বছৰ বয়সতে জীৱন যুদ্ধ চিৰ দিনৰ বাবে সামৰে চিয়াই। ‘Viral Bhayani’এ নিজৰ ছচিয়েল মিডিয়া প্লেটফৰ্মত এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰি এই কথা জনাইছে।




চিয়াৰ মৃত্যুত ছচিয়েল মিডিয়াত বিভিন্ন জনে বিভিন্ন ধৰণৰ পষ্ট শ্বেয়াৰ কৰিছে। বহুতে মানি ল’ব পৰা নাই যুৱতীগৰাকীৰ মৃত্যু। চিয়াই নিজৰ ইনষ্টাগ্ৰাম পেজত নিজৰ ডান্স ভিডিঅ’ শ্বেয়াৰ কৰিছিল। যুৱতীগৰাকীক প্ৰায় ১১ লাখ লোকে ফ’ল কৰে।



 




View this post on Instagram




 

And Its TIME to get knocked out by this lethal combination of an Epic Punjabi Song and an enchanting beauty. Watch the King of Desi Hip-Hop Bohemia, soulful singer JS Atwal along with Lola Gomez in the official video of Our Latest Single, "Sharaabi Teri Tor". The Most Awaited Song of 2020 is OUT !! Watch the Video Now. . . . @iambohemia @atwalinsta @lolitaxo__ @mbmusicco @meetbrosofficial @meet_bros_manmeet @harmeet_meetbros @shaxeoriah @urshappyraikoti @jaggisim @desihiphopking @touchblevins @raajeev.r.sharma @itsumitsharma @psycho_marketer @fameexpertz #SharaabiWalk #SharaabiWalkChallenge #SharaabiTeriTor #Bohemia #HipHop #Rap #Punjabi #JsAtwal #HappyRaikoti #intoxicating #MBMusic #sharaab #musicvideo #fameexpertz


A post shared by Siya Kakkar (@siya_kakkar) on






 
@siya_kakkarNa chahat ki kami thi, na chahne valo ki♥️ ##foryou ##tiktokindia ##trending ##viral ##siyakakkar ##fyp @tiktok_india

♬ original sound - diimpledanypaul786


First published: June 25, 2020, 5:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading