প্লেনৰ ভিতৰতে অন্য নাৰীৰ অশ্লীল ভিডিও মোবাইলত চাই থাকোতে হাতেলুটে ধৰ পৰিল প্ৰেমিক। প্ৰেমিকাৰ সৈতে ভ্ৰমণৰত এজন ব্যক্তিৰ সেই অশ্লীল দৃশ্য হোৱা ফটো ভাইৰেল হৈ গ'ল।
ভেলেণ্টাইন উইক চলিছে। প্ৰেমৰ এই সপ্তাহত প্ৰেমিক-প্ৰেমিকাই একেলগে ডেটিং কৰাৰ লগতে ডিনাৰ, লাঞ্চ একেলগে কৰাৰ পৰিকল্পনা কৰিছে। কিন্তু এনে প্ৰেমৰ সম্পৰ্কৰ মাজতে প্ৰেমিকাই নেদেখাকৈ অন্য মহিলাৰ নগ্ন ভিডিও চাই ধৰা পৰিল প্ৰেমিক।
এই সমগ্ৰ ঘটনা কেমেৰাত আৱদ্ধ কৰে অন্য এগৰাকী যাত্ৰীয়ে। আৰু ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে। আৰু লগে লগে ভাইৰেল হৈ পৰে।
সংশ্লিষ্ট ব্যক্তিজনে তেওঁৰ প্ৰেমিকাৰ সৈতে বিমানত যাত্ৰা কৰি আছিল। কিন্তু তেওঁৰ প্ৰেমিকা টোপনি যোৱাৰ লগে লগে, প্ৰেমিকে অশ্লীল কাম কৰা আৰম্ভ কৰে। অন্য যুৱতীৰ নগ্ন ভিডিঅ' চাবলৈ আৰম্ভ কৰে যুৱকজনে।
প্ৰেমিকৰ এই কাণ্ড বিমানখনৰ পিছৰ চিটত বহি থকা আন এগৰাকী মহিলা সহযাত্ৰীয়ে লক্ষ্য কৰিছিল। ভেলেণ্টাইন সপ্তাহ বা প্ৰেমৰ এই সপ্তাহত প্ৰেমৰ এই প্ৰৱঞ্চনাৰ দৃশ্যটোৱে ভাইৰেল হোৱাৰ লগে লগে সমালোচনাৰ সৃষ্টি হৈছে।
Published by: Himangshu Bhuyan
First published: February 09, 2022, 16:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|