• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • কি কাণ্ড! স্কুলৰ চাকৰি এৰি শিক্ষয়িত্ৰীয়ে আৰম্ভ কৰিলে এই কাম! মাহে উপাৰ্জন কৰিছে ২৫ লাখ পৰ্যন্ত টকা...

কি কাণ্ড! স্কুলৰ চাকৰি এৰি শিক্ষয়িত্ৰীয়ে আৰম্ভ কৰিলে এই কাম! মাহে উপাৰ্জন কৰিছে ২৫ লাখ পৰ্যন্ত টকা...

School teacher left job and becomes an adult content creator: ইনষ্টাগ্ৰামত @swedish_bella নামত চাৰ্চ কৰিলেই ওলাই পৰিব মনিকাৰ ৰহস্য।

School teacher left job and becomes an adult content creator: ইনষ্টাগ্ৰামত @swedish_bella নামত চাৰ্চ কৰিলেই ওলাই পৰিব মনিকাৰ ৰহস্য।

School teacher left job and becomes an adult content creator: ইনষ্টাগ্ৰামত @swedish_bella নামত চাৰ্চ কৰিলেই ওলাই পৰিব মনিকাৰ ৰহস্য।

  • Share this:
যেন টকাই সকলো! শেহতীয়াকৈ আপুনি যদি ছুইডেনৰ এইগৰাকী নাৰীৰ কাণ্ড দেখিছে, তেন্তে এই প্ৰৱাদ বিশ্বাস কৰিবলৈ বাধ্য হ'ব। বৰ্তমান ছচিয়েল মিডিয়াত ছুইডেনৰ এইগৰাকী তৰুণী ছুইডিছ বেলা নামেৰে খ্যাত। কিন্তু কোন এই ছুইডিছ বেলা? জানিবলৈ ছচিয়েল মিডিয়াত ভিৰ বাঢ়িছে।

জনা গৈছে যে, ছুইডেনৰ এই যুৱতীৰ নাম মনিকা হাল্ট। কিছু বছৰ পূৰ্বলৈকে তেওঁ শিক্ষকতা কৰিছিল। কিন্তু এতিয়া যেন সেয়া এক জীৱন্ত ইতিহাস। বৰ্তমান তেওঁ এখন প্ৰখ্যাত মডেল। কিন্তু শিক্ষকতা এৰি কিয় এইগৰাকী যুৱতীয়ে মডেলিঙক কেৰিয়াৰ হিচাপে বাছি ল'লে?




ইনষ্টাগ্ৰামত @swedish_bella বুলি চাৰ্চ কৰিলেই ওলাই পৰিব সকলো ৰহস্য। জনা গৈছে যে, কেৱল মাত্ৰ টকা উপাৰ্জনৰ বাবেই মনিকাই শিক্ষকতা এৰি মডেলিঙক প্ৰফেছন হিচাপে বাছি ললে। কেৱল মডেলিঙেই নহয়। ইতিমধ্যে মনিকাৰ আবেগঘন নগ্ন ফটো আৰু তেওঁৰ এডাল্ট কণ্টেণ্ট বা লেখনীত মুগ্ধ হৈছে ছচিয়েল মিডিয়াৰ তেওঁৰ অজস্ত্ৰ অনুৰাগী।

জনা গৈছে যে, স্নাতক ডিগ্ৰী গ্ৰহণৰ পিছত ছুইডেনৰ এখন বিদ্যালয়ত তেওঁ ইতিহাস বিষয়ৰ শিক্ষক হিচাপে কৰ্মৰত আছিল। মাহে ডেৰ লাখ কৰাৰ বেতন লাভ কৰিছিল। কিন্তু এই টকাই জোৰাব নোৱাৰিলে। গতিকে অধিক টকা উপাৰ্জনৰ বাবে শেষত শিক্ষকতা এৰি মডেলিঙক পেছা হিচাপে বাছি ললে।




ফলত চাকৰি এৰি ছুইডেনৰ পৰা উৰা মাৰে আমেৰিকালৈ। আৰু প্ৰথম অৱস্থাত নাচ শিকাৰ কাম কৰে। তাৰ পিছত মনিকাই বিভিন্ন ভংগিমাৰ ফটো আপলোড কৰে নিজৰ ইনষ্টাগ্ৰাম পেজত। লাহে লাহে বাঢ়ি যায় অনুৰাগীৰ সংখ্যা।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি