• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Viral News: ৫১ বছৰ বয়সত এডাল্ট ছবিত কাম কৰা আৰম্ভ কৰিলে মহিলাই! অকলশৰীয়া মাতৃৰ কণ্টকময় জীৱন সংগ্ৰাম!

Viral News: ৫১ বছৰ বয়সত এডাল্ট ছবিত কাম কৰা আৰম্ভ কৰিলে মহিলাই! অকলশৰীয়া মাতৃৰ কণ্টকময় জীৱন সংগ্ৰাম!

যিকোনো কাম ভালদৰে কৰিলে নিশ্চয়কৈ সফলতা আনি দিয়ে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰবিনছন নামৰ মহিলাগৰাকী এই ক্ষেত্ৰত হৈছে সফল।

যিকোনো কাম ভালদৰে কৰিলে নিশ্চয়কৈ সফলতা আনি দিয়ে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰবিনছন নামৰ মহিলাগৰাকী এই ক্ষেত্ৰত হৈছে সফল।

যিকোনো কাম ভালদৰে কৰিলে নিশ্চয়কৈ সফলতা আনি দিয়ে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰবিনছন নামৰ মহিলাগৰাকী এই ক্ষেত্ৰত হৈছে সফল।

  • Share this:
লকডাউনৰ অন্ধকাৰৰ সময়ত মহিলাগৰাকী পৰিছিল দুঃচিন্তাত। এগৰাকী অকলশৰীয়া মাতৃ, সহজ নাছিল কোনো পথ। কিন্তু মহিলাগৰাকীয়ে এৰি দিয়া নাছিল জীৱন
সংগ্ৰাম।

মহিলাগৰাকীৰ বাবে সহজ নাছিল এই পথ! মহিলাগৰাকীৰ বয়স ৫১ বছৰ। এগৰাকী অকলশৰীয়া মাতৃ। যিকোনো কাম ভালদৰে কৰিলে নিশ্চয়কৈ সফলতা আনি দিয়ে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰবিনছন নামৰ মহিলাগৰাকী এই ক্ষেত্ৰত হৈছে সফল। এতিয়া মহিলাগৰাকীয়ে এডাল্ট মডেল হিচাপে কাম কৰে। সদ্য যুৱতীসকলৰ সৈতে প্ৰতিযোগিতাত এক মুহূৰ্তৰ বাবেও হীনমান্যতাত ভোগা নাই মহিলাগৰাকী।

কিন্তু তেওঁ বাছনি কৰা বৃত্তিটো সমাজৰ দৃষ্টিত ভাল নাছিল। কাম কৰিবলৈ অসুবিধা। এক সাক্ষাৎকাৰত, ৰবিনছনে কৈছিল যে, তেওঁৰ সন্তানক তেওঁৰ নতুন কেৰিয়াৰৰ
বিষয়ে কেনেদৰে ক'ব লাগে সেই লৈ অস্বস্তিত পৰিছিল। কিন্তু শেষত সন্তানে মহিলাগৰাকীৰ বৃত্তিক সমৰ্থন কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দা শ্ৰীমতী ৰবিনছনে পূৰ্বে এটা কৰ্পোৰেট কাৰ্যালয়ত কাম কৰিছিল। তেওঁ নিজৰ জীৱনৰ অধিকতম সময় এইকামেৰেই অতিবাহিত
কৰিছিল। কিন্তু কিছুমান অসুবিধাত পৰি চাকৰি এৰিবলগীয়া হয় মহিলাগৰাকী। আৰু জীৱনৰ তাড়নাত এডাল্ট মডেল হিচাপে নিজকে গঢ়ি তোলে। ৰবিনছনে ৫১ বছৰ
বয়সত কেৱল ফেনচ ছাইটত এডাল্ট মডেলিং কৰা আৰম্ভ কৰিছিল।

মিছেছ ৰবিনছনে অলপতে নো জাম্পাৰ পডকাষ্ট শ্ব'ৰ এটা ইণ্টাৰভিউৰ সময়ত নিজৰ বিষয়ে কৈছিল। আৰু প্ৰকাশ কৰিছিল যে, তেওঁৰ বয়স আনলোকৰ বাবে আকৰ্ষণৰ
বাবে যথেষ্ট নাছিল। নতুন যুগৰ মডেলৰ মাজত এটা পৰিচয় সৃষ্টি কৰাটো তেওঁৰ বাবে এক প্ৰত্যাহ্বান আছিল। কিন্তু দৰ্শকে মিছেছ ৰবিনছনক কেৱল তেওঁৰ বয়স
অনুসৰি ভাল পোৱাই নহয়, বহুতে তেওঁক এগৰাকী গ্লাম ওল্ড লেডী বুলি প্ৰশংসা কৰিছিল। যদিও এগৰাকী অকলশৰীয়া মাতৃ হোৱাৰ বাবে, ৰবিনছনে বহুতো প্ৰতিকূলতাৰ
মাজেৰে পাৰ হ'ব লগা হৈছিল, কিন্তু আজিকালি এইবোৰ বিষয় তেওঁ আওকান কৰিবলৈ গৈছে বুলি জনায়।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি