নেহা কক্কৰ আৰু কাৰ্তিক আৰিয়ানৰ এটা ভিডিঅ’, মুহূৰ্তৰ ভিতৰতে ছচিয়েল মিডিয়াত ভাইৰেল

News18 Assam | News18-Assam
Updated:January 14, 2020, 1:13 PM IST
নেহা কক্কৰ আৰু কাৰ্তিক আৰিয়ানৰ এটা ভিডিঅ’, মুহূৰ্তৰ ভিতৰতে ছচিয়েল মিডিয়াত ভাইৰেল
নেহা সংগীত জগতৰ এটা চিনাকি নাম। সম্প্ৰতি এটা ৰিয়েলিটী শ্ব’ৰ বিচাৰক। আনহাতে, কাৰ্তিক আৰিয়ান যুৱতীসকলৰ হাৰ্টথ্ৰব।

নেহা সংগীত জগতৰ এটা চিনাকি নাম। সম্প্ৰতি এটা ৰিয়েলিটী শ্ব’ৰ বিচাৰক। আনহাতে, কাৰ্তিক আৰিয়ান যুৱতীসকলৰ হাৰ্টথ্ৰব।

  • Share this:
নেহা কক্কৰ আৰু কাৰ্তিক আৰিয়ান খুব ভাল বন্ধু। দুয়োকে বহু অনুষ্ঠানত একেলগে দেখা গৈছে। একেলগে আড্ডা মৰাও দেখা গৈছে নেহা আৰু কাৰ্তিকক। নেহা সংগীত জগতৰ এটা চিনাকি নাম। সম্প্ৰতি এটা ৰিয়েলিটী শ্ব’ৰ বিচাৰক। আনহাতে, কাৰ্তিক আৰিয়ান যুৱতীসকলৰ হাৰ্টথ্ৰব। বলীউদৰ এগৰাকী সফল অভিনেতা।

বৰ্তমান নেহা আৰু কাৰ্তিকৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। নেহাই প্ৰায়েই টিকটকত নিজৰ ভিডিঅ’ আপলোড কৰে। এইবাৰ কাৰ্তিকক লগত লৈ কৰিলে নৃত্য। মুহূৰ্তৰ ভিতৰতে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই ভিডিঅ’টো।
আৰু চাওক
পৰৱৰ্তী বাতৰি